Chapter 8
আমৰ দৰকাৰী উদ্ভিদ
⬜ প্ৰশ্নাৱলী
(১) শস্য কোনবোৰ ?
উত্তৰঃ
(২) পাঁচবিধ শস্য উদ্ভিদৰ নাম লিখা ।
উত্তৰঃ
(৩) আঁহ থকা গছ কেইবিধমানৰ নাম লিখা ।
উত্তৰঃ
(৪) অসমৰ কোনবোৰ গছৰ পৰা কাঠ পোৱা যায় ?
উত্তৰঃ
(৫) শস্যত থকা পুষ্টিকৰ দ্ৰব্যবিধ কি ?
উত্তৰঃ
(৬) দাইলত কোনবিধ পুষ্টিকৰ দ্ৰব্য বেছিকৈ থাকে ?
উত্তৰঃ
(৭) মাটিকাঁদুৰি, দুপৰটেঙা, চিৰতা, মানিমুনি, জাৰ্মানি বন, আদা, ব্ৰাক্ষী, আদি উদ্ভিদৰ কি ঔষধি ণ্ডণ আছে তোমাৰ ছাৰ/বাইদেউ আৰু আনক সুধি লাখা ।
উত্তৰঃ
(৮) খালী ঠাই পূৰণ কৰা ।
(ক) ঘেঁহু এবিধ _________ উদ্ভিদ ।
(খ) ছয়াবিনত __________ থাকে ।
(গ) ছিনক’না গছৰ পৰা ________ প্ৰস্তুত কৰা হয় আৰু ই ______ বেমাৰ ভাল কৰে ।
(ঘ) _________ গছৰ পৰা শণ সূতা পোৱা যায় ।
(ঙ) প্ৰকৃতিৰ পৰা পোৱা শ্ৰেষ্ঠ সূতাবিধৰ নাম _________ সূতা ।
(চ) যৱৰ আন এটা নাম ________ ।