Chapter 7
গুটিৰ বিস্তাৰণ
◻️ প্ৰশ্নাৱলী
(১) গুটিৰ বিস্তাৰণ কাক বোলে ?
উত্তৰঃ
(২) গুটিৰ বিস্তাৰণৰ চাৰিটা উপায় লিখা। প্ৰত্য়কৰে একোটাকৈ উদাহৰণ দিয়া।
উত্তৰঃ
(৩) গছৰ আটাইবোৰ গুটি গছজোপাৰ তলতে গজি বাঢ়িব নোৱাৰে । কাৰণটো লিখা ।
উত্তৰঃ
(৪) বতাহ আৰু পানীয়ে গুটি কেনেদৰে বিস্তাৰিত কৰে লিখা ।
উত্তৰঃ
(৫) প্ৰানীয়ে গুটি কেনেকৈ বিয়পায় লিখা ।
উত্তৰঃ
(৬) পকিলে জোৰেৰে যোৱা দুবিধ ফলৰ নাম লিখা ।
উত্তৰঃ
(৭) খাওঁতে গুটি পেটলৈ যোৱা পাঁচবিধ ফলৰ নাম লিখা ।
উত্তৰঃ
(৮) খালী ঠাই পূৰ কৰা ।
(ক) কপাহৰ গুটি __________ দ্বাৰা বিস্তাৰিত হয় ।
(খ) তিলৰ গুটি _________ পৰে ।
(গ) মধুৰীআমৰ গুটি প্ৰণীৰ _________ লগত বিয়পে ।
(ঘ) শুঙৰ সহায়ত আনৰ গাত লাগি ধৰি বিয়পা এবিধ গুটি হ’ল _______ ।
(৯) ‘ক’ অংশৰ লগত ‘খ’ অংশ মিলোৱা ।
‘ক’ নাৰিকল বনগুটি মদাৰৰ গুটি ভোটএৰাৰ গুটি | ‘খ’ বতাহে উৰুৱাই নিয়ে পানীৰ সোঁতত উটি যায় ফাটি ছিটিকি পৰে শুঙৰ সহায়ত আন প্ৰানীৰ গাত লাগি ধৰে ◼️ |
উত্তৰঃ