Chapter 2
শিল, মাটি আৰু খনিজ পদাৰ্থ
□ প্ৰশ্নাৱলী
(১) গেদীয় শিল কাক বোলে ?
উত্তৰঃ
(২) ৰূপান্তৰিত শিলৰ বিষয়ে লিখা ?
উত্তৰঃ
(৩) মণিক কি ?
উত্তৰঃ
(৪) শিল কেই প্ৰকাৰৰ আৰু কি কি ?
উত্তৰঃ
(৫) আগ্নেয় শিলৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ
(৬) মাটি কেনেকৈ সৃষ্টি হয় লিখা ।
উত্তৰঃ
(৭) মাটি স্থানান্তৰিত হোৱাৰ তিনিটা কাৰণ লিখা ।
উত্তৰঃ
(৮) শিলৰ মাজে মাজে পানী জমা হ’লে তেনে শিল ফাটিব পৰে । কিয় ?
উত্তৰঃ
(৯) শিল গৰম-চেঁচা হৈ থাকিলে ভাঙে । তাকে দেখুৱাবলৈ এটা পৰীক্ষা বৰ্ণনা কৰা।
উত্তৰঃ
(১০) মাটিৰ প্ৰধান উপাদান দুটাৰ বিষয়ে লিখা ।
উত্তৰঃ
(১১) সাৰুৱা মাটি কাক বোলে ?
উত্তৰঃ
(১২) সাৰ কাক বোলে আৰু কেই প্ৰকাৰৰ ? প্ৰতিবিধৰ তিনিটাকৈ উদাহৰণ দিয়া ।
উত্তৰঃ
(১৩) পচন সাৰ কেনেকৈ তৈয়াৰ কৰিব পাৰি ?
উত্তৰঃ
(১৪) মাটিৰ সংৰক্ষণ কাক বোলে ? মাটি সংৰক্ষণৰ দুটা উপায় বৰ্ণনা কৰা ।
উত্তৰঃ
(১৫) মেগ্মা কি ?
উত্তৰঃ
(১৬) শুদ্ধ উত্তৰটোত ✓ চিন দিয়া ।
(ক) গ্ৰেনাইট এবিধ আগ্নেয় শিল হয়/ নহয় ।
উত্তৰঃ
(খ) মাৰ্বল এবিধ গেদীয় শিল হয়/ নহয় ।
উত্তৰঃ
(গ) ছিলিকাত মাথোঁ ছিলিকন থাকে/ নাথাকে ।
উত্তৰঃ
(ঘ) আলতীয়া মাটিয়ে পানী আৰু বায়ু ধৰি ৰাখে/ নাৰাখে ।
উত্তৰঃ
(ঙ) সাৰে মাটি কোমল কৰে/ নকৰে ।
উত্তৰঃ
(চ) ইউৰিয়া এবিধ জৈৱিক সাৰ হয়/ নহয় ।
উত্তৰঃ
(১৭) খালী ঠাই পূৰণ কৰাঁ ।
(ক) লাভা গোট মাৰি জমা হৈ হৈ সৃষ্টি হোৱা পাহাৰকে বোলে ।
(খ) স্লেট এবিধ শিল ।
(গ) ছিলিকাৰ আন এটা নাম ।
(ঘ) মাৰ্বলত নামৰ পদাৰ্থবিধ পোৱা যায় ।
(ঙ) পানী বৰফ হ’লে আয়তন ।
(চ) বোকা-কণিকা হ’ল চকুৰে নেদেখা সৰু সৰু কণিকা ।
(ছ) এম’নিয়াম ছালফেট এবিধ সাৰ ।
(জ) ধান মাটিত হয় ।
(১৮) মাটিৰ স্থানান্তৰণৰ তিনিটা কাৰণ লিখা ।
(১৯) তলত বাক্যটো লিখি বাক্যটোত নাথাকিবগীয়া পাচলি কেইবিধৰ নাম X চিনেৰে কাটি দিয়া ।
শীতকালত জিকা, আলু, কবি, ভেণ্ডি, পালেং, নিলাজী, আদি পাচলি হয় ।
উত্তৰঃ
(২০) দুটা আগ্নেয়গিৰিৰ নাম লিখা ।
উত্তৰঃ
(২১) পচন সাৰ কাক বোলে ?
উত্তৰঃ