Chapter 11
আমাৰ আহাৰ
□ প্ৰশ্নাৱলী
(১) আমি কিয় আহাৰ খাওঁ ?
উত্তৰঃ
(২) পুষ্টিকৰ বস্তু কোনবোৰ ?
উত্তৰঃ
(৩) আমাক সৰহকৈ দৰকাৰ হোৱা পুষ্টিকৰ বস্তু কেইবিধ কি কি ?
উত্তৰঃ
(৪) আমাৰ আহাৰত কিয় প্ৰ’টিন থকা উচিত ?
উত্তৰঃ
(৫) কম পৰিমাণত প্ৰয়োজন হোৱা পুষ্টিকৰ বস্তু দুবিধ কি ?
উত্তৰঃ
(৬) সুষম আহাৰ কি ?
উত্তৰঃ
(৭) কেঁচুৱা আৰু বাঢ়ি আহা ল’ৰা-ছোৱালীৰ আহাৰ কেনে হোৱা উচিত ?
উত্তৰঃ
(৮) শৰীৰৰ বাবে প্ৰয়োজনীয় কেইবিধমান খনিজ পদাৰ্থৰ নাম লিখা ।
উত্তৰঃ
(৯) তলৰ ছবিবোৰ চাই কোনবিধ খাদ্যদ্ৰব্যত কি কি পুষ্টিকৰ বস্তু বেছিকৈ পোৱা যায় তাৰ এখন তালিকা প্ৰস্তুত কৰা ◼️
(ক) অমিতা
(খ) মূলা
(গ) ডালিম
(ঘ) কণী
(ঙ) মাছ
(চ) কল
(ছ) আঙুৰ