Chapter 2
হাতী গা ধুওৱাৰ কথা
ক্ৰিয়া-কলাপ
⚪ অৰ্থ সৈতে চিনাকী হওঁ আহা:
ঈৰ্ষাপৰায়ণ = পৰশ্ৰীকাতৰ
মুকুট = ৰজা বা দেৱ-দেৱীৰ মূৰৰ অলশ্কাৰ বা ভূষণ; কিৰীটি
হুকুম = আজ্ঞা; আদেশ; অনুমতি
বকছিছ = পুৰস্কাৰ
অনুচৰ = লগুৱা; আলধৰা
হুল = সৰু কাঁইট বা জোঙা বস্ত
[১] প্ৰথমে কোৱা, তাৰ পাছত লিথা:
ক) ভীমবৰ কেনেকুৱা প্ৰকৃতিৰ আছিল?
উত্তৰঃ
খ) ৰামধনে কি কাম কৰি পৰিয়ালটো পোহপাল দিছিল?
উত্তৰঃ
গ) ৰজাই ৰামধনক কি ধুবলৈ কৈছিল?
উত্তৰঃ
ঘ) ৰামধনক ভীমবৰে কিয় অপকাৰ কৰাৰ কথা ভাবিছিল?
উত্তৰঃ
ঙ) ৰজাই ভিমবৰক ৰাজ্যৰ পৰা বাহিৰ কৰি দিছিল কিয়?
উত্তৰঃ
[২] কোনে কৈছেল, কাক কৈছিল:
ক) “তোমাৰনো মনত কিহৰ দুখ?”
উত্তৰঃ
খ) “লোকলৈ বুলি হুল পুতি, নিজে মৰে ফুটি।”
উত্তৰঃ
গ) “এই হ’লেই আৰু। অলপ বাকী।
উত্তৰঃ
ঘ) “চাওক মহাৰাজ, হাতীয় ভৰি দিওঁতেই পাএটৌ ভাঙি গ’ল। মই এতিয়া হাতীক গা ধুৱাওঁ কেনেকৈ?”
উত্তৰঃ
[৩] বুজা আৰু লিখা:
হাবি –
ডাঙৰ –
খাদ্য –
নোগুৰ –
[৪] পঢ়া, বুজা আৰু লিখা:
ম’হ –
মহ –
হাতী –
হাটী –
গাত –
গাঁত –
[৫] পঢ়া আৰু বুজা:
ঘৰ – ঘৰচীয়া
গাঁও – গাঁৱলীয়া
বতৰ – বতৰীয়া
[৬] কাষৰ বাকচলৈ চোৱা আৰু মিলাই লিখা:
ডাঙৰ আৰু দীঘল =
জীৱ আৰু জন্তু =
উশাহ আৰু নিশাহ =
ভোকে আৰু পিয়াহে =
ৰজা আৰু ৰাণী =
লঘোনে আৰু ভোকে =
[৭] পঢ়া, বুজা আৰু লিখা:
দুষ্ট –
বেজ –
কৃপণ –
ল’ৰা –
পুৰুষ –
চেঙৰ –
[৮] তলৰ শব্দবোৰ উপযুক্ত ঠাইৰ বহুৱাই বাক্যবোৰ সম্পূৰ্ণ কৰা:
খকমককৈ; দপদৰাই: সৰসৰাই; ঠকঠককৈ; ফুচফুচাই।
ক) ডাঙৰকৈ হোৱা শব্দত সি সাৰ পালে।
খ) ঠাণ্ডাত ল’ৰাটো কপিঁছে।
গ) মানুহ দুজনে কথা পাতি আছে।
গ) জুইকুৰা জ্বলি আছে।
ঙ) সাপটো গৈছে।
[৯] অমিলটো বাচাৰি উলিওৱা:
ক) বাঘ, সিংহ, বান্দৰ, শিয়াল।
উত্তৰঃ
খ) সিংহ, ভালুক, ঘঁৰিয়াল, হাতী।
উত্তৰঃ
গ) হাতী, জিৰাফ, গড়, বাঘ।
উত্তৰঃ
ঘ) গৰু, হাতী, ম’হ, শিয়াল।
উত্তৰঃ
[১০] ভাবা আৰু উওৰ উলিওৱা:
শিলৰ দৰে তল পৰে
ভেলৰ দৰে ভাঁহে,
ফৰিঙৰ দৰে মাৰে জাঁপ
কুকুৰৰ দৰে বহে।
উত্তৰঃ