Chapter 4
কাৰ্য্য বা বল
☐ প্ৰশ্নাৱলী
(১) কাৰ্য্য কেতিয়া কৰা হয় ?
উত্তৰঃ
(২) বল কাক বোলে ?
উত্তৰঃ
(৩) চুম্বক কি ?
উত্তৰঃ
(৪) শাৰীৰিক বল কাক বোলে ?
উত্তৰঃ
(৫) চুম্বকৰ দুটা বিশেষ গুণ লিখা ।
উত্তৰঃ
(৬) সৰল সঁজুলি কি ? চাৰিবিধ উদাহৰণ দিয়া ।
উত্তৰঃ
(৭) যন্ত্ৰ কি ? কেইবিধ উদাহৰণ দিয়া ।
উত্তৰঃ
(৮) কাৰ্য্য মানে কি ?
উত্তৰঃ
(৯) বলৰ কেতিয়া প্ৰয়োজন হয় ? দুটা উদাহৰণ সৈতে লিখা ।
উত্তৰঃ
(১০) জীৱই কিহৰ সহায়ত কাৰ্য্য কৰে ?
উত্তৰঃ
(১১) সঁজুলি কিয় ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ
(১২) (ক) মাধ্যাকৰ্ষণ বল কি ?
উত্তৰঃ
(খ) বস্তু ওজন কিয় থাকে ?
উত্তৰঃ
(১৩) শুদ্ধ উত্তৰটোৰ ওপৰত(✓) চিন দিবা :
(ক) বস্তু এটা লৰচৰ নকৰিলে কাৰ্য্য কৰা হয়/ নহয় ।
উত্তৰঃ
(খ) বিপৰীতফালে থকা সমান সমান বলে কাৰ্য্য কৰিব পাৰে/নোৱাৰে ।
উত্তৰঃ
(গ) বিপৰীতফালে থকা অসমান বলে কাৰ্য্য কৰিব পাৰে/নোৱোৰে ।
উত্তৰঃ
(ঘ) বলে বস্তুক গতি দিব পাৰে/নোৱোৰে ।
উত্তৰঃ
(ঙ) বলে বস্তুক বেগ বঢ়াব পাৰে/নোৱোৰে ।
উত্তৰঃ
(চ) বলে বস্তু বেগ কমাব পাৰে/নোৱোৰে ।
উত্তৰঃ
Type by : Pompi Hazarika