Chapter 3
পানী
◻️ প্ৰশ্নাৱলী
(১) বিশুদ্ধ পানীৰ দুটা গুণ লিখা ।
উত্তৰঃ
(২) কুঁৱা, পুখুৰীৰ পানীত কিয় চূণ-ফিট্কিৰি, ব্লিছিং পাউদাৰ দিয়া হয় ?
উত্তৰঃ
(৩) পানী কিয় বৰ লাগতিয়াল বস্তু ?
উত্তৰঃ
(৪) আমি পানী ক’ৰ পৰা পাওঁ ?
উত্তৰঃ
(৫) বৰষুণৰ পানীবোৰ ক’লৈ যায় ?
উত্তৰঃ
(৬) সাগৰত পানীৰ পৰিমাণ বেছি কিয় ?
উত্তৰঃ
(৭) মাটিৰ তলৰ পানী আমি কেনেদৰে ব্যৱহাৰ কৰো ?
উত্তৰঃ
(৮) অপৰিষ্কাৰ পানী কেনেকৈ বিশুদ্ধ কৰিব পাৰি ?
উত্তৰঃ
(৯) কলহ ফিল্টাৰ এটা বৰ্ণনা কৰা ।
উত্তৰঃ
(১০) পানী খোৱা পুখুৰী কেনেদৰে পৰিষ্কাৰ কৰি ৰাখিব লাগে ?
উত্তৰঃ
(১১) কুঁৱা, দমকলৰ চাৰিওফাল কিয় পকী হ’ব লাগে ?
উত্তৰঃ
(১৩) পানীত পমি যোৱা পাঁচবিধ গোটা আৰু পাঁচবিধ জুলীয়া বস্তুৰ নাম লিখা ।
উত্তৰঃ
(১৪) শুদ্ধ উত্তৰটোত ✓ চিন দিয়া :
(ক) বৰষুণ নহ’লে পানী পোৱা যাব/নাযাব ।
উত্তৰঃ
(খ) খালৰ পানীত বেমাৰৰ বীজাণু থাকে/নাথাকে ।
উত্তৰঃ
(গ) বিশুদ্ধ পানীৰ সোৱাদ আছে/নাই ।
উত্তৰঃ
(ঘ) গৰম পানীত নিমখ সোনকালে মিহলি হয়/নহয় ।
উত্তৰঃ
(ঙ) পানীত মিহি গুড়ি চেনি মিহলি হ’বলৈ বেছি সময় লয়/নলয় ।
উত্তৰঃ
Type by : Pompi Hazarika