Chapter 14
প্ৰাণীৰ পৰা পোৱা বস্তু
☐ প্ৰশ্নাৱলী
১丨 মানুহে আন প্ৰাণীৰ পৰা কি কি খোৱাবস্তু পায় ?
উত্তৰঃ
২। (ক) পশুপালন কি ?
উত্তৰঃ
(খ) পশুপালনত কি কি বিষয়ত মন দিব লাগে ?
উত্তৰঃ
৩। (ক) চামৰা ক’ৰ পৰা তৈয়াৰ কৰা হয় ?
উত্তৰঃ
(খ) ঊণ সূতা ক’ৰ পৰা হয় ?
উত্তৰঃ
(গ) এৰী, মুগা, সূতা ক’ৰ পৰা হয় ?
উত্তৰঃ
(ঘ) কুকুৰে বস্তু কেনেদৰে চিনি পায় ?
উত্তৰঃ
৪। (ক) মীনপালন কি ?
উত্তৰঃ
(খ) পশু চিকিৎসক কাক বোলে ?
উত্তৰঃ
(গ) চামৰাৰে তৈয়াৰী দুবিধ সামগ্ৰীৰ নাম লিখা ।
উত্তৰঃ
(ঘ) কেঁচুৱে মাটি কেনেদৰে সাৰুৱা কৰে ?
উত্তৰঃ
(ঙ) আন প্ৰাণী বোৰে মানুহক কেনেদৰে সহায় কৰে ?
উত্তৰঃ
৫丨 কোনবোৰ প্ৰাণীয়ে আবৰ্জনা আঁতৰায় ?
উত্তৰঃ
৬丨 শুদ্ধ উত্তৰটোত ✓ চিন দিবা :
(ক) গাখীৰ পুষ্টিকৰ আহাৰ হয়/নহয় ।
উত্তৰঃ
(খ) মুগা সূতা কিছুমান পখিলাৰ পৰা হয়/নহয় ।
উত্তৰঃ
(গ) ঔষধে প্ৰাণীৰ বহু বেমাৰ ভাল কৰিব পাৰে/নোৱাৰে ।
উত্তৰঃ
(ঘ) বনৰীয়া জীৱ-জন্তু মানুহে ৰক্ষা কৰিব লাগিব/নালাগে ।
উত্তৰঃ
(ঙ) উদ্ভিদ নাথাকিলে সকলো প্ৰাণীৰে বিপদ হ’ব/নহ’ব ।
উত্তৰঃ