Chapter- 13
সীতাক বিচাৰি
১। কিষ্কিন্ধ্যা ৰাজ্য ভাল কৰাত কোন প্ৰসন্ন হৈছিল ?
(ক) সুগ্ৰীৱ
(খ) হনুমান
(গ) ৰাম
উত্তৰ- (ক) সুগ্ৰীৱ ।
২। লক্ষ্মণৰ খং দেখি কোনে ভয় খালে ?
(ক) সুগ্ৰীৱে
(খ) হনুমানে
(গ) সকলো বান্দৰে
উত্তৰ- (গ) সকলো বান্দৰে ।
৩। কোনে লক্ষ্মণক ক্ষমা-প্ৰাৰ্থনা কৰিলে ?
(ক) হনুমানে
(খ) সুগ্ৰীৱ
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) হনুমানে ।
৪। সীতাক পোৱা সম্ভাৱনা কোন দিশ ফালে বেছি আছিল ?
(ক) পূৱফালে
(খ) দক্ষিণফালে
(গ) উত্তৰফালে
উত্তৰ- (খ) দক্ষিণফালে ।
৫। জটায়ুৱে কি কৈছিল ?
(ক) ৰাৱণৰ লঙ্কা উত্তৰফালে আছে
(খ) ৰাৱণৰ লঙ্কা পূৱফালে আছে
(গ) ৰাৱণৰ লঙ্কা দক্ষিণফালে আছে
উত্তৰ- (গ) ৰাৱণৰ লঙ্কা দক্ষিণফালে আছে ।
৬। ৰাৱণ থকা ৰাজ্যখনৰ নাম কি ?
(ক) লঙ্কাৰ
(খ) কিষ্কিন্ধ্যা
(গ) অযোধ্যা
উত্তৰ- (ক) লঙ্কাৰ ।
৭। দক্ষিণফালে যোৱা দলটো মুৰব্বীজনৰ নাম কি ?
(ক) হনুমান
(খ) অঙ্গদ
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) অঙ্গদ ।
৮। দক্ষিণফালে যোৱা দলটো সহায় কাৰণে কাক পঠিয়াছিল
(ক) ৰাম আৰু লক্ষ্মণক
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) হনুমান আৰু জাম্বৱন্তক
উত্তৰ- (গ) হনুমান আৰু জাম্বৱন্তক ।
৯। বালী পুত্ৰ নাম কি ?
(ক) জাম্বৱন্ত
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) অঙ্গদ
উত্তৰ- (গ) অঙ্গদ ।
১০। ৰামে কাক আঙঠি দিছিল ?
(ক) জাম্বৱন্তক
(খ) হনুমান
(গ) সুগ্ৰীৱ
উত্তৰ- (খ) হনুমান ।
Type by- Bikul Mandal