Chapter 5
স্বাস্থ্য় আৰু সুৰক্ষা
অনুশীলনী
১। চমু প্ৰশ্ন উত্তৰ দিয়া-
(ক) প্ৰাথমিক চিকিৎসাৰ বাকচত কি কি বস্তু ৰাখিব লাগে ?
উত্তৰঃ
(খ) আলিবাটত খোজ কাঢ়োঁতে কি কি নিয়ম মানিব লাগে ?
উত্তৰঃ
(গ) যোগাসন আৰু প্ৰাণায়াম কৰিলে কি হয়?
উত্তৰঃ
(ঘ) খেলোঁতে কি কি সাৱধানতা লোৱা উচিত ?
উত্তৰঃ
২। খালী ঠাই পূৰ কৰা –
(ক) শৰীৰত কম পৰিমান পোৱা আঘাত_______ চিকিৎসাৰ দ্বাৰাই ভাল কৰিব পাৰি ।
(খ) বেমাৰ – আজাৰ হ,লে আমাৰ শৰীৰটো _____ হৈ পৰে ।
(গ) অকস্মাতে হোৱা দুৰ্ঘটনাই হ’ল _____দুৰ্ঘটনা।
(ঘ) তিতা হাতেৰে ____ আৰু___ চুব নালাগে ।
৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা –
(ক) চিকিৎসকৰ সহায় নোলোৱাকৈ আঘাত পোৱাৰ লগে লগে কৰা চিকিৎসাক আকস্মিক / প্ৰাথমিক চিকিৎসা বোলে।
উত্তৰঃ
(খ) ওখোৰা –মোখোৰা ঠাইত খেলিব লাগে /নালাগে ।
উত্তৰঃ
(গ) আলিবাটত সদায় নিজৰ বাওঁহাতে / সোহাঁতে খোজ খাঢ়িব লাগে ।
উত্তৰঃ
(ঘ) জুইৰ কাষত/আঁতৰত বহিব লাগে।
উত্তৰঃ
৪। স্বাস্থ্য় ভালে ৰাখিবলৈ আমি কি কি কৰিব লাগে ?
উত্তৰঃ
৫। আলোচনা চক্ৰ আয়োজন কৰা –
বিষয়ঃ প্ৰাথমিক চিকিৎসাৰ প্ৰয়োজনীয়তা
উত্তৰঃ