Chapter 2
ভিন ভিন প্ৰাণী
অনুশীলনী-
উত্তৰ লিখা –
(ক) মানুহক কিয় সৰ্বভোজী প্ৰাণী বোলে ?
উত্তৰঃ
(খ) মাংসভোজী প্ৰাণী কাক বোলে ?
উত্তৰঃ
(গ) তৃণভোজী প্ৰাণী কাক বোলে ?
উত্তৰঃ
(ঘ) প্ৰাণীক বাসস্থানৰ কিয় প্ৰয়োজন ?
উত্তৰঃ
(ঙ) ভেকুলীয়ে কেনেকৈ পোক-পৰুৱা ধৰি খায় ?
উত্তৰঃ
(চ) প্ৰাণীক আহাৰৰ কিয় প্ৰয়োজন?
উত্তৰঃ
(ছ) টোকোৰা চৰায়ে কেনেকৈ বাহ সাজে ?
উত্তৰঃ
(জ)মাছে কোন কোন ঠাইত বাসস্থান হিচাপে ব্যৱহাৰ কৰে ?
উত্তৰঃ
(ঝ) পৰিভ্ৰমী চৰাই বোৰে কিয় দেশ-বিদেশ ঘূৰি ফুৰে ?
উত্তৰঃ
২। শুদ্ধ উত্তৰটো বাটি উলিওৱা
(ক) টুনী /কুলি / বুলবুলিচৰায়ে বাহ নাসাজেখ।
উত্তৰঃ
(খ) ধৃতৰাজ / বুলবুলি / ময়ূৰ এবিধ পৰিভ্ৰমী চৰাই ।
উত্তৰঃ
৩। খালী ঠাই পূৰ কৰা –
(ক) দেশ-বিদেশৰপৰা অসমলৈ পৰিভ্ৰমী চৰাই চাবলৈ অহা লোকক _____ বোলে ।
(খ) হাঁহৰ ঠোঁট _____ আৰু _________।
(গ) বাহ সজাত পাৰ্গত বাবে টোকাৰা চৰাইক _______ বুলিও কয় ।
৪। ‘ক, অংশৰ লগত ‘খ, অংশ মিলোৱা –
‘ক’ ‘খ’
কণামুচৰিয়ে শামুক খায় ।
চিলনীয়ে ফলমূল খায় ।
হাঁহে মাছ খায় ।
ভাটৌৱে মাংস খায়।
উত্তৰঃ