Chapter 7
আমাৰ সামাজিক অনুষ্ঠান
অনুশীলনী
১। উত্তৰ দিয়া ।
(ক) তোমাৰ বিদ্য়ালয়খনৰ নাম কি ?
উত্তৰঃ
(খ) ডাক-ঘৰৰ চিঠি-পত্ৰ বিলোৱা মানুহজনক কি বোলে ?
উত্তৰঃ
(গ) ৰোগীবিলাকক কোন প্ৰতিষ্ঠানত চিকিৎসা কৰা হয় ?
উত্তৰঃ
(ঘ) চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে কোন কোন থাকে ?
উত্তৰঃ
২। তোমাৰ বিদ্য়ালয়ৰ ক্ষেত্ৰত তলত দিয়া বাক্য়বোৰৰ, যিটো হয় সেইটোত ‘✔’ চিন দিয়া ।
(ক) বিদ্য়ালয়ত জাবৰ-জোথৰ, ফটা কাগজ আদি পেলোৱা ঠাই নিদিষ্ট কৰি দিয়া আছে / নাই।
(খ) শৌচ-প্ৰস্ৰাব কৰাৰ বাবে শৌচাগাৰ শৌচাগাৰ আৰু প্ৰস্ৰাব ঘৰ আছে /নাই
(গ) খোৱা পানীৰ কাৰণে কুঁৱা / দমকল / পুখুৰী / নলী আছে / নাই ।
(ঘ) আমি চৌহদত গছ-গঠনি ৰোওঁ / নোৰোওঁ ।
(ঙ) বিদ্য়ালয় ঘৰটোৰ ভেটি ওখ / চাপৰ ।
(চ) বিদ্য়ালয়ৰ ঘৰটো ৰ’দ পৰা / জোকা লগা ।
(ছ) পানী ওলাই যাবৰ বাবে নলা-নৰ্দমাৰ ব্য়ৱস্থা আছে / নাই ।
উত্তৰঃ
৩। তলৰ খালী ঠাইত উপযুক্ত শব্দ বহুওৱা ।
(ক) ডাক-ঘৰত চিঠি-পত্ৰৰ উপৰিও _________ ৰ আদান প্ৰদান কৰা হয় ।
(খ) পশু-পক্ষীৰ চিকিৎসাৰ বাবে __________ চিকিৎসালয় থাকে ।
(গ) চিকিৎসালয়ত _____ আৰু _________ ৰোগীৰ চিকিৎসা কৰে ।
(ঘ) আৰক্ষীৰ লোকে দেশৰ ________ ৰক্ষাত সহায় কৰে।
৪। কাগজেৰে চিঠিৰ খাম এটা সাজি উলিওৱা ।
উত্তৰঃ