Chapter- 9
চাপ আৰু প্লাৱিতা
১। প্ৰকৃতিত বিভিন্ন প্ৰকাৰৰ কি পোৱা যায় ?
(ক) হেঁচা
(খ) বল
(গ) চাপ
উত্তৰ- (খ) বল ।
২। তৰলৰ ক্ষেত্ৰত অণুৰ গতিশীলতাই কিহৰ সৃষ্টি কৰে ?
(ক) হেঁচা
(খ) বল
(গ) চাপ
উত্তৰ- (গ) চাপ ।
৩। জুলীয়া পদাৰ্থৰ নিজা কি নাই ?
(ক) আকৃতি
(খ) বল
(গ) হেঁচা
উত্তৰ- (ক) আকৃতি ।
৪। জুলীয়া পদাৰ্থই তললৈ প্ৰয়োগ কৰা চাপক কি বোলে ?
(ক) উৰ্ধচাপ
(খ) নিম্নচাপ
(গ) পাৰ্শ্বচাপ
উত্তৰ- (খ) নিম্নচাপ ।
৫। জুলীয়া পদাৰ্থই পাত্ৰৰ বেৰত দিয়া চাপক কি বোলে ?
(ক) উৰ্ধচাপ
(খ) নিম্নচাপ
(গ) পাৰ্শ্বচাপ
উত্তৰ- (গ) পাৰ্শ্বচাপ ।
৬। বেৰেলত কি থাকে ?
(ক) মাটি
(খ) পানী
(গ) বায়ু
উত্তৰ- (গ) বায়ু ।
৭। লো পানীত ডুব যায় যদিও লোৰে নিৰ্মিত জাহাজ পানীত ওপঙে কিয় ?
(ক) জাহাজৰ তলৰ আকৃতিৰ বাবে
(খ) জাহাজৰ তলি বৰ ডাঙৰ হোৱাৰ বাবে
(গ) জাহাজৰ বিশাল আকৃতিৰ বাবে
উত্তৰ- (খ) জাহাজৰ তলি বৰ ডাঙৰ হোৱাৰ বাবে ।
৮। উৰ্ধমুখী বলক কি বোলে ?
(ক) আৰ্কিমিডিছ
(খ) প্লাৱিতা
(গ) পৰিমাণক
উত্তৰ- (খ) প্লাৱিতা ।
৯। যি কোনো বস্তুৰ ওপৰত তৰলবিধৰ এটা উৰ্ধমুখী থাকে, বলবিধৰ নাম কি ?
(ক) প্লাৱিতা
(খ) পৰিমাণক
(গ) আৰ্কিমিডিছ
উত্তৰ- (ক) প্লাৱিতা ।
১০। বল কিমানটাই ওপঙনৰ চৰ্ত ঠিক কৰে ?
(ক) এটা
(খ) দুটা
(গ) তিনিটা
উত্তৰ- (খ) দুটা ।
১১। মাছ, কাছ আদি ক’ত বাস কৰে?
(ক) মাটিত
(খ) পানীত
(গ) ঘৰত
উত্তৰ- (খ) পানীত ।
১২। বায়ুমণ্ডল ভূ-পৃষ্ঠৰ প্ৰায় কিমান কিল’মিটাৰ ওপৰলৈ বিস্তৃত হৈ আছে?
(ক) 985 কিল’মিটাৰ
(খ) 999 কিল’মিটাৰ
(গ) 1000 কিল’মিটাৰ
উত্তৰ- (গ) 1000 কিল’মিটাৰ ।
১৩। জুলীয়া পদাৰ্থৰ চাপ কিমান প্ৰকাৰৰ?
(ক) দুই প্ৰকাৰৰ
(খ) তিনি প্ৰকাৰৰ
(গ) চাৰি প্ৰকাৰৰ
উত্তৰ- (খ) তিনি প্ৰকাৰৰ ।
১৪। পৃথিৱীৰ আকৰ্ষণী বলৰ পৰিমাণক কি বোলা হয়?
(ক) নিম্নচাপ বোলা হয়
(খ) বল বোলা হয়
(গ) ওজন বোলা হয়
উত্তৰ- (গ) ওজন বোলা হয় ।
১৫। বস্তুৰ ওজনে সদায় কিহলৈ ক্ৰিয়া কৰে?
(ক) ওপৰলৈ
(খ) তললৈ
(গ) মাজলৈ
উত্তৰ- (খ) তললৈ ।
১৬। প্লাৱিতাৰ দিশ______?
(ক) ওজন
(খ) উৰ্ধমুখী
(গ) চাপ
উত্তৰ- (খ) উৰ্ধমুখী ।
১৭। বেলুন এটাৰ ভিত গেমখিনিৰ ওজনৰ কাৰণে চাপ সৃষ্টি হয়নে?
(ক) নহয়
(খ) হয়
উত্তৰ- (ক) নহয় ।
১৮। হাইড্ৰ’জেন গেছ বায়ুতকৈ প্ৰায় কিমান গুণ পাতল?
(ক) 2 গুণ
(খ) 5 গুণ
(গ) 4 গুণ
উত্তৰ- (গ) 4 গুণ ।
১৯। একক কালি বা ক্ষেত্ৰফলৰ ওপৰত প্ৰয়োগ হোৱা বলক কি বোলে?
(ক) নিম্নচাপ
(খ) চাপ
(গ) প্লাৱিতা
উত্তৰ- (খ) চাপ ।
২০। তৰলৰ_____কাৰণে পাত্ৰৰ বেৰত ই_____দিয়ে?
(ক) তিনি, নিম্নচাপ
(খ) পাৰ্স্বচাপৰ, হেঁচা
(গ) পাৰ্শ্বচাপ, উধচাপ
উত্তৰ- (খ) পাৰ্স্বচাপৰ, হেঁচা ।
Type by- Bikul Mandal