Chapter- 7
দ্ৰব্য় আৰু আমাৰ দৈনন্দিন জীৱন
১। আমি আমাৰ দীনন্দিন জীৱনত বিভিন্ন কামত ভিন ভিন কি ব্য়ৱহাৰ কৰোঁ ?
(ক) জন্তু
(খ) সামগ্ৰী
(গ) ফল-মূল
উত্তৰ- (খ) সামগ্ৰী ।
২। আমি আমাৰ দীনন্দিন জীৱনত ব্য়ৱহাৰ কৰা সামগ্ৰীসমূহ কিমানটা ভাগত ভাগ কৰিব পাৰি ?
(ক) দুভাগত
(খ) তিনিভাগত
(গ) চাৰিভাগত
উত্তৰ- (ক) দুভাগত ।
৩। সাংশ্লেষিক দ্ৰব্য়বোৰ প্ৰধানকৈ কিমানটা ভাগত ভাগ কৰিব পাৰি ?
(ক) দুভাগত
(খ) তিনিভাগত
(গ) চাৰিভাগত
উত্তৰ- (খ) তিনিভাগত ।
৪। ৰবৰ কি শ্ৰেণীৰ যৌগৰ বহুযোগী ?
(ক) কাৰ্বন’ডাই’ অক্সাইড
(খ) অক্সিজেন
(গ) হাইড্ৰ’কাৰ্বন
উত্তৰ- (গ) হাইড্ৰ’কাৰ্বন ।
৫। কাক সাংশ্লেষিক ৰেজিন নামেৰেও জনা যায় ?
(ক) প্লাষ্টিকক
(খ) পলিয়েষ্টাৰক
(গ) অৰলনক
উত্তৰ- (ক) প্লাষ্টিকক ।
৬। প্লাষ্টিক সাধাৰণতে কিমানটা বস্তুৰ অপৰিবাহী ?
(ক) ২ টা
(খ) ৩ টা
(গ) ৪ টা
উত্তৰ- (গ) ৪ টা ।
৭। বৰ্তমান মানুহৰ জীৱনত কিহৰ ব্য়ৱহাৰ যথেষ্ট ?
(ক) পলিয়েষ্টাৰ
(খ) অৰলন
(গ) প্লাষ্টিক
উত্তৰ- (গ) প্লাষ্টিক ।
৮। ৰবৰ টানিলে কি হয় ?
(ক) দীঘল
(খ) ওখ
(গ) চাপৰ
উত্তৰ- (ক) দীঘল ।
৯। আঁহ টানিলে কি নহয়?
(ক) দীঘল
(খ) ওখ
(গ) চাপৰ
উত্তৰ- (ক) দীঘল ।
১০। পলিথিন কেই ধৰণেৰে প্ৰস্তুত কৰিব পালি ?
(ক) দুই ধৰণেৰে
(খ) তিনি ধৰণেৰে
(গ) চাৰি ধৰণেৰে
উত্তৰ- (ক) দুই ধৰণেৰে ।
১১। সাংশ্লেষিক দ্ৰব্য়বোৰ প্ৰধানকৈ কেইটা ভাগত ভাগ কৰিব পাৰি?
(ক) দুটা
(খ) চাৰিটা
(গ) তিনিটা
উত্তৰ- (গ) তিনিটা ।
১২। ৰবৰ টানিলে দীঘল হয় আৰু এৰি দিলে আগৰ অৱস্থালৈ ঘূৰি আহেনে?
(ক) আহে
(খ) নাহে
উত্তৰ- (ক) আহে ।
১৩। প্ৰাকৃতিক বহুযোগী ছেলুল’জৰপৰা এক বিশেষ ৰাসায়নিক প্ৰক্ৰিয়াৰে কি প্ৰস্তুত কৰা হয়?
(ক) নাইলন
(খ) ৰেয়ন
(গ) আঁহ
উত্তৰ- (খ) ৰেয়ন ।
১৪। পলিয়েষ্টাৰক টেৰিলিন বা কি হিচাপে জনা যায়?
(ক) অৰলন
(খ) পলিথিন
(গ) ডেক্ৰন
উত্তৰ- (গ) ডেক্ৰন ।
১৫। তলৰ ছবিখনত থকা মানুহজনৰ নামটো কি?
(ক) লিঅ’ হেণ্ডৰিক বেকেলেণ্ড
(খ) ডু পণ্ট
(গ) জন ৱেছলি হ্য়াট
উত্তৰ- (গ) জন ৱেছলি হ্য়াট ।
১৬। তাপস্থাপিত প্লাষ্টিক কি?
(ক) পলিথন
(খ) পিভিছি
(গ) বেকেলাইট
উত্তৰ- (গ) বেকেলাইট ।
১৭। প্রাকৃতিক বহুযােগী______ৰপৰা ৰেয়ন প্রস্তুত কৰা হয়?
(ক) ফিনল
(খ) তাপস্থাপিত
(গ) ছেলুল’জ
উত্তৰ- (গ) ছেলুল’জ ।
১৮। ইথিলিনৰ বহুযোগীকৰণৰ ফলত উৎপন্ন হােৱা পদার্থটো হ’ল_______?
(ক) নিঅপ্ৰিন
(খ) ফিনল
(গ) পলিথিন
উত্তৰ- (গ) পলিথিন ।
১৯। চাৰ্লছ গুডইয়েৰ কিমান চনত জন্ম হৈছিল?
(ক) 1860 চনত
(খ) 1800 চনত
(গ) 1896 চনত
উত্তৰ- (খ) 1800 চনত ।
২০। উদ্ভিদৰ প্ৰধান উপাদান কি?
(ক) কপাহ
(খ) চিল্ক
(গ) ছেলুল’জ
উত্তৰ- (গ) ছেলুল’জ ।
Type by- Bikul Mandal