Chapter- 16
খাদ্য় উৎপাদন আৰু ব্য়ৱস্থাপনা
১। শস্য়ৰ বীজৰোপণৰ কৰাৰ বাবে মাটি কি কৰিব ল ‘ব লাগে ?
(ক) চহাব লাগে
(খ) ৰোকিব লাগে
(গ) এটাও নহয়
উত্তৰ- (ক) চহাব লাগে ।
২। নাঙল সাধাৰণতে কিহেৰে তৈয়াৰী ?
(ক) বাঁহেৰে
(খ) কাঠ বা লোৰে
(গ) এটাও নহয়
উত্তৰ- (খ) কাঠ বা লোৰে ।
৩। মাটি চাহ কৰাৰ পিছত মাটিত কি কৰিবলৈ দিয়া হয় ?
(ক) বীজ ৰোবলৈ(খ) বাজ গজিবলৈ(গ) এটাও নহয়
উত্তৰ- (খ) বাজ গজিবলৈ ।
৪। পৃথিৱীত পোৱা কেইতা মৌল গছৰ বাবে লাগতিয়াল ?
(ক) ১০ টা
(খ) ৫০ টা
(গ) ২০ টা
উত্তৰ- (গ) ২০ টা ।
৫। সাৰৰ কেইটা ভাগ আছে ?
(ক) ৫ টা
(খ) ৪ টা
(গ) ৩ টা
উত্তৰ- (গ) ৩ টা ।
৬। গছ-গছনি আৰু জীৱ-জন্তুৰপৰা পোৱা সাৰক কি সাৰ বোলে ?
(ক) অজৈৱিক সাৰ
(খ) জৈৱিক সাৰ
(গ) জীৱাণু সাৰ
উত্তৰ- (খ) জৈৱিক সাৰ ।
৭। ৰাসায়নিক সাৰক কেইটা ভাগত ভাগ কৰা হয় ?
(ক) ৭ টা
(খ) ৫ টা
(গ) ৩ টা
উত্তৰ- (গ) ৩ টা ।
৮। নাইট্ৰ ‘জেনযুক্ত সাৰৰ উদাহৰণ কোনবোৰ ?
(ক) মিউৰেট অব্ পটাছ, পটেছিয়াম
(খ) ছুপাৰ ফছফেট, ত্ৰিপোল ছুপাৰ ফছফেট
(গ) এম ‘নিয়াম ছালফেট, ইউৰিয়া
উত্তৰ- (গ) এম ‘নিয়াম ছালফেট, ইউৰিয়া ।
৯। উৎস হিচাপে জীৱাণু সাৰক কেইটা ভাগত ভগাব পাৰি ?
(ক) ২ টা
(খ) ৩ টা
(গ) ৫ টা
উত্তৰ- (খ) ৩ টা ।
১০। বিভিন্ন প্ৰকাৰৰ শেলাইৰ ভিতৰত কোনবিধ শেলাই জীৱাণু সাৰ হিচাপে ব্য়ৱহাৰ কৰা হয় ?
(ক) সেউজীয়া সেলাই
(খ) নীলা সেলাই
(গ) এটাও নহয়
উত্তৰ- (খ) নীলা সেলাই ।
১১। বেলেগ বেলেগ শস্য়ৰ বাবে কি সিঁচাৰ নিয়ম বেলেগ বেলেগ হয়?
(ক) সাৰ সিঁচা
(খ) বীজ সিঁচা
(গ) ফুল সিঁচা
উত্তৰ- (খ) বীজ সিঁচা ।
১২। গাখীৰ উৎপাদনৰ বাবে কি গৰু পোহা হয়?
(ক) বলধ গৰু
(খ) গাই গৰু
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) গাই গৰু ।
১৩। প্ৰায় 10,000 বিধ প্ৰজাতিৰ কাঠফুলাৰ কিমান বিধমানহে খোৱাৰ বাবে উপযুক্ত?
100
200
300
উত্তৰ- 200 ।
১৪। যমুনা জাতৰ ছাগলীয়ে প্ৰতিদিনে কিমান লিটাৰ গাখীৰ দিয়ে?
(ক) 2.1 লিটাৰ
(খ) 1.9 লিটাৰ
(গ) 1.5 লিটাৰ
উত্তৰ- (গ) 1.5 লিটাৰ ।
১৫। যমুনা জাতৰ ছাগলী এবছৰত ওজন প্ৰায় কিমান কেজি হয়?
(ক) 19 কেজি
(খ) 26 কেজি
(গ) 29 কেজি
উত্তৰ- (গ) 29 কেজি ।
১৬। মাছৰ উৎপাদনৰ বাবে কত বিভিন্ন প্ৰকাৰৰ মাছ পোহা হয়?
(ক) সাগৰত
(খ) নদীত
(গ) পুখুৰীত
উত্তৰ- (গ) পুখুৰীত ।
১৭। মৌ-জোল পাবলৈ কি পালন কৰা হয়?
(ক) মাখিপালন
(খ) মৌপালন
(গ) ভোমোৰাপালন
উত্তৰ- (খ) মৌপালন ।
১৮। মণিপুৰী পাৰচৰাইৰ ওজন প্ৰায় কিমান গ্ৰাম হয়?
(ক) 431 গ্ৰাম
(খ) 499 গ্ৰাম
(গ) 500 গ্ৰাম
উত্তৰ- (গ) 500 গ্ৰাম ।
১৯। ভেঁকুৰৰ মঙহাল অংগকে সাধাৰণতে কি বুলি কোৱা হয়?
(ক) ৰাসায়নিক সাৰ
(খ) কাঠফুলা
(গ) জৈৱিক সাৰ
উত্তৰ- (খ) কাঠফুলা ।
২০। বজাৰত পোৱা অমৃত এবিধ কি সাৰ?
ৰাসায়নিক সাৰ
মিশ্ৰিত সাৰ
জৈৱিক সাৰ
উত্তৰ- মিশ্ৰিত সাৰ ।
Type by- Bikul Mandal