Chapter- 15
ভূমিকম্প- এটা প্ৰাকৃতিক দুৰ্যোগ
১। ডাঙৰ ফলক বোৰৰ উপৰিও কেইখন সৰু ফলক চিহ্নিত কৰা হৈছে?
(ক) ১০ খন
(খ) ৩০ খন
(গ) ২০ খন
উত্তৰ- (গ) ২০ খন ।
২। ভাৰতীয় উপমহাদেশখন অৱস্থিত ভাৰত-অষ্ট্ৰেলীয় ফলকখন ইউৰেছীয় ফলকৰ দিশত বছৰি কিমান ছেমি. বেগত গতি কৰি আছে ?
(ক) ৭ ছেমি.
(খ) ৯ ছেমি.
(গ) ৫ ছেমি.
উত্তৰ- (গ) ৫ ছেমি. ।
৩। যিবোৰ অঞ্চলত শিলাস্তৰ দুৰ্বল, সেইবোৰ অঞ্চলত কি হোৱাৰ সম্ভাৱনা অছে ?
(ক) বানপানী
(খ) ভূমিকম্প
(গ) এটাও নহয়
উত্তৰ- (খ) ভূমিকম্প ।
৪। অধিক ভূমিকম্পপ্ৰৱণ অঞ্চলসমূহক কেইটা বলয়ত ভাগ কৰা হৈছে ?
(ক) ৫ টা
(খ) ৩ টা
(গ) ২ টা
উত্তৰ- (গ) ২ টা ।
৫। পৃথিৱীৰ অন্তৰ্ভাগৰ যি ঠাইত ভূমিকম্পৰ সৃষ্টি হয় তাক কি বোলে ?
(ক) আল্পছ-হিমালয়
(খ) কেন্দ্ৰ
(গ) এটাও নহয়
উত্তৰ- (খ) কেন্দ্ৰ ।
৬। কেন্দ্ৰৰ উলম্ব দিশত থকা ভূপৃষ্ঠৰ ঠাইখিনিক কি বোলে ?
(ক) কেন্দ্ৰ
(খ) আল্পছ-হিমালয়
(গ) উপকেন্দ্ৰ
উত্তৰ- (গ) উপকেন্দ্ৰ ।
৭। ভূকম্পনলেখৰ কেইতা প্ৰধান অংশ থাকে ?
(ক) ২ টা
(খ) ৫ টা
(গ) ৩ টা
উত্তৰ- (গ) ৩ টা ।
৮। ভূমিকম্পৰ প্ৰাবল্য় কিহেৰে জোখা হয় ?
(ক) ৰিখটাৰ স্কেলত
(খ)থাৰ্ম মিটাৰ
(গ) এটাও নহয়
উত্তৰ- (ক) ৰিখটাৰ স্কেলত ।
৯। কিমান চনত ৰিখটাৰ স্কেল প্ৰৱৰ্তন কৰা হৈছিল ?
(ক) ১৯৪০ চনত
(খ) ১৯৩৫ চনত
(গ) ১৯৫০ চনত
উত্তৰ- (খ) ১৯৩৫ চনত ।
১০। ১৯৫০ চনত এসমত হোৱা প্ৰলয়ংকাৰী ভূমিকম্পটোৰ ৰিখ্টাৰ স্কেলত প্ৰাবল্য় কিমান আছিল ?
(ক) ৭.৮
(খ) ৪.৭
(গ) ৮.৭
উত্তৰ- (গ) ৮.৭ ।
১১। ফলকবোৰৰ ভিতৰত প্ৰধান কেইখন ফলক আছে?
(ক) তিনিখন
(খ) নখন
(গ) সাতখন
উত্তৰ- (গ) সাতখন ।
১২। গতিৰ ফলত ফলকবোৰৰ সীমাত কিহৰ সৃষ্টি হয়?
(ক) ভূমিকম্পৰ সৃষ্টি হয়
(খ) প্ৰবল চাপৰ সৃষ্টি হয়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) প্ৰবল চাপৰ সৃষ্টি হয় ।
১৩। ভূমিকম্পৰ প্ৰাবল্য় নিৰ্ণয় কৰি অধ্য়য়ন কৰা শাখাক কি বোলে?
(ক) নাভি বা কেন্দ্ৰ
(খ) ভূকম্পনবিজ্ঞান
(গ) প্লেট বা ফলক
উত্তৰ- (খ) ভূকম্পনবিজ্ঞান ।
১৪। পৃথিৱীৰ অন্তৰ্ভাগৰ যি ঠাইত ভূমিকম্পৰ সৃষ্টি হয় তাক কি বোলা হয়?
(ক) নাভি বা কেন্দ্ৰ
(খ) ভূকম্পনবিজ্ঞান
(গ) প্লেট বা ফলক
উত্তৰ- (ক) নাভি বা কেন্দ্ৰ ।
১৫। পৃথিৱীত প্ৰতি কিমান ছেকেণ্ডত এটা ভূমিকম্প হয়?
(ক) 67 ছেকেণ্ডত
(খ) 76 ছেকেণ্ডত
(গ) 87 ছেকেণ্ডত
উত্তৰ- (গ) 87 ছেকেণ্ডত ।
১৬। সাগৰত প্ৰকাণ্ড কিহৰ সৃষ্টি হয়?
(ক) চুনামি
(খ) বান-পানীৰ
(গ) ঢৌৰ
উত্তৰ- (গ) ঢৌৰ ।
১৭। 2005 চনৰ 4 অক্ট’বৰত পাকিস্তানত প্ৰায় কিমান হাজাৰ লোকৰ মৃত্য়ু হৈছিল?
(ক) 34 হাজাৰ
(খ) 40 হাজৰ
(গ) 49 হাজাৰ
উত্তৰ- (খ) 40 হাজৰ ।
১৮। ভৌতিক পৰিৱৰ্তনসমূহক কিহৰ সংকেত বুলি গণ্য় কৰা হয়?
(ক) বান-পানীৰ
(খ) ভূমিকম্পৰ
(গ) মৃদুকম্পনৰ
উত্তৰ- (খ) ভূমিকম্পৰ ।
১৯। ভূমিকম্পৰ ফলত মানুহ আৰু পশু-পক্ষী মৃত্য়ুমুখত পৰে বা আহত হয়নে?
(ক) নহয়
(খ) হয়
উত্তৰ- (খ) হয় ।
২০। ৰিখটাৰ স্কেলত মান কিমান?
(ক) 8.7
(খ) 9.5
(গ) 7.6
উত্তৰ- (খ) 9.5 ।
Type by- Bikul Mandal