Chapter- 14
প্ৰাকৃতিক সম্পদ
১। কি সম্পদ মানুহে তৈয়াৰ কৰিব নোৱাৰে ?
(ক) মানৱ সম্পদ
(খ) প্ৰাকৃতিক সম্পদ
(গ) এটাও নহয়
উত্তৰ- (খ) প্ৰাকৃতিক সম্পদ ।
২। উৎস আৰু ৰাসায়নিক গঠনৰ ওপৰত নিৰ্ভৰ কৰি প্ৰাকৃতিক সম্পদবোৰক কেইতা ভাগত ভগাব পাৰি ?
(ক) ২ টা
(খ) ৪ টা
(গ) ৩ টা
উত্তৰ- (গ) ৩ টা ।
৩। কোনবোৰ সম্পদ অজৈৱ ?
(ক) মাটি
(খ) উদ্ভিদ, প্ৰাণী
(গ) বায়ু , পানী,
উত্তৰ- (গ) বায়ু , পানী, ।
৪। কোনবোৰ সম্পদ জৈৱ ?
ধাতু, পানী
(খ) কয়লা, কাঠ
(গ) মাটি
উত্তৰ- (খ) কয়লা, কাঠ ।
৫। সকলো জীৱই কিহৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকে ?
(ক) মানুহৰ
(খ) পৰিৱেশৰ
(গ) এটাও নহয়
উত্তৰ- (খ) পৰিৱেশৰ ।
৬। বনাঞ্চল ধ্বংস ফলত পাহাৰীয়া অঞ্চলত কি হৈছে ?
(ক) ভূমিস্খলন
(খ) মানুহৰ মৃত্য়ু
(গ) এটাও নহয়
উত্তৰ- (ক) ভূমিস্খলন ।
৭। অশুদ্ধিৰ পৰিমাণ আৰু গুণাগুণৰ ওপৰত ভিত্তি কৰি কয়লাক মূলতঃ কেইতা ভাগত ভাগ কৰা হৈছে ?
(ক) ৩ টা
(খ) ৭ টা
(গ) ৪ টা
উত্তৰ- (খ) ৪ টা ।
৮। এতিয়াৰপৰা কিমান বছৰ আগয়ে পৃথিৱীৰ উপৰিভাগ গভীৰ অৰণ্য়ৰে ভৰা আছিল ?
(ক) ২৪-৫০ কোটি
(খ) ২৫-৪০ কোটি
(গ) ২৫-৩০ কোটি
উত্তৰ- (খ) ২৫-৪০ কোটি ।
৯। কিহৰ ফলত গছ-গছনি আৰু হাবি-বন মাটিৰ তলত পোত গৈছিল ?
(ক) বানপানীৰ ফলত
(খ) ভূমিকম্পৰ ফলত
(গ) এটাও নহয়
উত্তৰ- (খ) ভূমিকম্পৰ ফলত ।
১০। অশুদ্ধিৰ পৰিমাণ আৰু গুণাগুণৰ ওপৰত ভিত্তি কৰি কয়লা কেইতা ভাগত ভগোৱা হয় ?
(ক) ৩ টা
(খ) ৪ টা
(গ) ৭ টা
উত্তৰ- (গ) ৪ টা ।
১১। গছ-গছনিৰপৰা কি সৃষ্টি হয় ?
(ক) মানুহ
(খ) কয়লা
(গ) এটাও নহয়
উত্তৰ- (খ) কয়লা ।
১২। গছ-গছনিৰপৰা কয়লাৰ সৃষ্টি হওঁতে পোৱা প্ৰথম অৱস্থাটো কি ?
(ক) লিগনাইট কয়লা
(খ) পিট কয়লা
(গ) বিটুমিনাছ কয়লা
উত্তৰ- (খ) পিট কয়লা ।
১৩। লিগনাইট কয়লা বৰণ কেনেধৰনৰ ?
(ক) ৰঙা
(খ) বগা
(গ) মুগা
উত্তৰ- (গ) মুগা ।
১৪। লিগনাইট কয়লাত কাৰ্বনৰ পৰিমাণ কিমান শতাংশ ?
(ক) ৭৫ %
(খ) ৫০ %
(গ) ৬০ %
উত্তৰ- (গ) ৬০ % ।
১৫। বিটুমিনাছ কয়লাত কাৰ্বনৰ পৰিমাণ কিমান শতাংশ ?
(ক) ৮৫ %
(খ) ৭৫ %
(গ) ৮০ %
উত্তৰ- (খ) ৭৫ % ।
১৬। নৱীকৰণযোগ্য় সম্পদক ইংৰাজীত কি বুলি কয়?
(ক) Renewable Resources
(খ) Non – Renewable Resources
(গ) ওপৰৰ দুয়োটা হয়
উত্তৰ- (ক) Renewable Resources ।
১৭। কয়লাৰ প্ৰায় কিমান শতাংশ কয়লা লো, তীখা, ৰেল আৰু শক্তিখণ্ডৰ উদ্য়োগত ব্য়ৱহৃত হয়?
(ক) 60 শতাংশ
(খ) 75 শতাংশ
(গ) 70 শতাংশ
উত্তৰ- (গ) 70 শতাংশ ।
১৮। কি ৰোগৰ প্ৰতিষেধক কুইনাইন চিনকোনা গছৰপৰাই তৈয়াৰ কৰা হয়?
(ক) ক’ৰণেৰী ধমনীৰ ৰোগৰ
(খ) এছ এল ই ৰোগৰ
(গ) মেলেৰিয়া ৰোগৰ
উত্তৰ- (গ) মেলেৰিয়া ৰোগৰ ।
১৯। তলৰ কোনটো সেউজ-গৃহ গেছ হয় ?
(ক) নাইট্ৰজেনৰ অক্সাইড
(খ) মিথেন
(গ) কাৰ্ব ডাই-অক্সাইড
উত্তৰ- (গ) কাৰ্ব ডাই-অক্সাইড ।
২০। কুইনাইন _________ গছৰপৰা তৈয়াৰ কৰা হয়?
(ক) কক
(খ) গেছ’লিনক
(গ) চিনবোনা
উত্তৰ- (গ) চিনবোনা ।
Type by- Bikul Mandal