Chapter- 13
প্ৰদূষণ
১। পৰিৱেশ প্ৰদূষণ কেই ধৰণৰ হ ‘ব পাৰে ?
(ক) ৩ ধৰনৰ
(খ) ২ ধৰনৰ
(গ) ৫ধৰনৰ
উত্তৰ- (খ) ২ ধৰনৰ ।
২। পৃথিৱীৰ পৃষ্ঠৰপৰা ১১ কিল ‘মটাৰ উচ্চতা থকা তৰপটোক কি বোলে ?
(ক) ট্ৰপ ‘স্ফিয়েৰ
(খ) অক্সিজেন
(গ) এটাও নহয়
উত্তৰ- (ক) ট্ৰপ ‘স্ফিয়েৰ ।
৩। বায়ু প্ৰদুষণৰ ফলত কি হয় ?
(ক) খেতি নষ্ট
(খ) এছিদ বৰষুণ
(গ) এটাও নহয়
উত্তৰ- (খ) এছিদ বৰষুণ ।
৪। পৃথিৱীৰ উপৰিভাত কিমান ভাগ পানী আছে ?
(ক) ৬০ ভাগ
(খ) ৮০ ভাগ
(গ) ৭০ ভাগ
উত্তৰ- (গ) ৭০ ভাগ ।
৫। মধ্য়প্ৰদেশত ভূপালত ঘটা গেছৰ দুৰ্ঘটনাটোত কিমান জন মানুহৰ মৃত্য়ু হৈছিল ?
(ক) ৩০০ ০জন
(খ) ৪০০০ জন
(গ) ৫০০০জন
উত্তৰ- (খ) ৪০০০ জন ।
৬। কিমান শতাংশ পানী মেৰু অঞ্চলত বৰফ আৰু গ্লেছিয়াৰ হিছাপে আছে ?
(ক) ১০%
(খ) ২%
(গ) ৫%
উত্তৰ- (খ) ২% ।
৭। পৃথিৱিৰ উপৰিভাগৰ কোমল অংশটো কি ?
(ক) পানী
(খ) মাটি
(গ) বায়ু
উত্তৰ- (খ) মাটি ।
৮। বায়ু প্ৰদূষণৰ প্ৰভাৱ গোটেই ক’তে পৰিছে?
(ক) অসমতে
(খ) ভাৰততে
(গ) পৃথিৱীতে
উত্তৰ- (গ) পৃথিৱীতে ।
৯। প্ৰদূষণে বায়ু দূষিত কৰে আৰু কি বিষাক্ত কৰি তোলে?
(ক) জুই
(খ) পৰিৱেশ
(গ) পানী
উত্তৰ- (গ) পানী ।
১০। প্ৰায়বোৰ উদ্য়োগৰপৰা নিৰ্গত হোৱা বৰ্জিত পদাৰ্থবোৰত বিভিন্ন কি মিহলি হৈ থাকে?
(ক) বায়ু
(খ) ক্ষাৰ
(গ) এছিড
উত্তৰ- (গ) এছিড ।
১১। কি মাছৰ ফুলৰ ভিতৰেদি দেহৰ ভিতৰত সোমাই বিহৰ দৰে ক্ৰিয়া কৰে?
(ক) কাৱৈ মাছৰ
(খ) পুঠি মাছৰ
(গ) এম’নিয়া মাছৰ
উত্তৰ- (গ) এম’নিয়া মাছৰ ।
১২। অন্যতম সেউজ – গৃহ গেছটো হৈছে _________?
(ক) উৰ্বৰতা
(খ) বৃক্ষৰোপণৰ
(গ) কাৰ্বন-ডাই-অক্সাইড
উত্তৰ- (গ) কাৰ্বন-ডাই-অক্সাইড ।
১৩। দিল্লীত দৈনিক প্ৰায় কিমান নিযুত লিটাৰ মল আৰু অন্য়ান্য় আৱৰ্জনাৰ সৃষ্টি হয়?
(ক) 70,000 নিযুত
(খ) 110 নিযুত
(গ) 2,000 নিযুত
উত্তৰ- (গ) 2,000 নিযুত ।
১৪। বায়ু প্ৰদূষণে কিহত ওপৰত প্ৰভাৱ পেলায় ?
(ক) মানুহৰ
(খ) উদ্ভিদৰ
(গ) এটাও নহয়়
উত্তৰ- (খ) উদ্ভিদৰ ।
১৫। কিমান চনৰ 3 ডিচেম্বৰত মধ্য়প্ৰদেশৰ ভূপালত ঘটা গেছ দুৰ্ঘটনাটো বায়ু প্ৰদূষণৰে পৰিণাম আছিল?
(ক) 1967 চনত
(খ) 1946 চনত
(গ) 1984 চনত
উত্তৰ- (গ) 1984 চনত ।
১৬। উদ্য়োগৰপৰা নিৰ্গত বৰ্জিত পদাৰ্থবোৰত বিভিন্ন কি পদাৰ্থ মিহলি হৈ থাকে?
জুলিয়া পদাৰ্থ
উপকাৰী পদাৰ্থ
অপকাৰী পদাৰ্থ
উত্তৰ- অপকাৰী পদাৰ্থ ।
১৭। প্ৰায় কিমান শতাংশ লুণীয়া পানী হিচাবে সাগৰত আছে?
(ক) 70%
(খ) 89%
(গ) 97%
উত্তৰ- (গ) 97% ।
১৮। পানী কিহৰ প্ৰাণ?
(ক) উদ্ভিদৰ প্ৰাণ
(খ) জীৱৰ প্ৰাণ
(গ) বায়ু প্ৰাণ
উত্তৰ- (খ) জীৱৰ প্ৰাণ ।
১৯। বিভিন্ন উদ্য়োগ আদিৰ পেলনীয়া পানীৰদ্বাৰা বৰ্তমান কি নদীখন বেয়াকৈ প্ৰদূষিত হৈ পৰিছে?
(ক) বৰাক নদীখন
(খ) ব্ৰহ্মপুত্ৰ নদীখন
(গ) গংগা নদীখন
উত্তৰ- (গ) গংগা নদীখন ।
২০। ধূলিকণা , ছাই আদি উদ্ভিদৰ পাতত পৰি পাতত থকা ________ বন্ধ কৰি দিয়ে?
(ক) ট্ৰপস্ফিয়বোৰ
(খ) ৰন্ধ্ৰবোৰ
(গ) উদ্ভিদবোৰ
উত্তৰ- (খ) ৰন্ধ্ৰবোৰ ।
Type by- Bikul Mandal