Chapter- 11
পৰমাণুৰ গঠন
১। কিমান চনত বিজ্ঞানীকসকলে পৰমাণু আৰু অণুৰ সূত্ৰ ঠিক কৰিছিল ?
(ক) ১৮৫০ চনত
(খ) ১৮৬০ চনত
(গ) ১৯২০ চনত
উত্তৰ- (খ) ১৮৬০ চনত ।
২। কিমান চনত জি জে ষ্ট’নিয়ে ইলেকট্ৰনৰ নামকৰন কৰে ?
(ক) ১৮৯১ চনত
(খ) ১৮৯১ চনত
(গ) ১৮৯৭ চনত
উত্তৰ- (খ) ১৮৯১ চনত ।
৩। প্ৰ ‘টন কোনে আৱিষ্কাৰ কৰিছিল ?
(ক) গ ‘ল্ডষ্টেইনে
(খ) জে জে থমছনে
(গ) ডেল্টনে
উত্তৰ- (ক) গ ‘ল্ডষ্টেইনে ।
৪। আলফা ৰশ্মি কোনে ব্য়ৱহাৰ কৰিছিল ?
(ক) নিউট্ৰনে
(খ) ডেল্টনৰে
(গ) ৰাদাৰফ ‘ৰ্ডে
উত্তৰ- (গ) ৰাদাৰফ ‘ৰ্ডে ।
৫। কিমান চনত আলফা ৰশ্মি ব্য়ৱহাৰ কৰা হৈছিল ?
(ক) ১৯১৫ চনত
(খ) ১৯১১ চনত
(গ) ১৯৩২ চনত
উত্তৰ- (খ) ১৯১১ চনত ।
৬। নিউক্লিয়াছৰ চাৰিওফালে কি থাকে ?
(ক) কক্ষপথ
(খ) ৰেখা
(গ) এটাও নহয়
উত্তৰ- (ক) কক্ষপথ ।
৭। নিৰ্দিষ্ট কক্ষপথবোৰক কি কক্ষপথ বোলে ?
(ক) গতিশীল
(খ) স্থিতিশীল
(গ) এচাও নহয়
উত্তৰ- (খ) স্থিতিশীল ।
৮। পদাৰ্থৰ ক্ষুদ্ৰতম অৱস্থাটোৰ বিষয়ে গ্ৰছৰ দাৰ্শনিকসকলে কিমান বছৰৰ আগয়ে কল্পনা কৰিছিল ?
(ক) ২৫০০ বছৰৰ
(খ)২৩০০ বছৰৰ
(গ) ২৪০০ বছৰৰ
উত্তৰ- (ক) ২৫০০ বছৰৰ ।
৯। কিমান চনত ডেল্টন নামৰ শিক্ষক জনে পৰমাণুৰ বিশয়ে মতাবাদ আগবঢ়ায় ?
(ক) ১৮০৮ চনত
(খ) ১৯১৫ চনত
(গ) ১৭৬৫ চনত
উত্তৰ- (ক) ১৮০৮ চনত ।
১০। গ্ৰিক শব্দক এট ‘মা’ বোলি কোনে নামাকৰন কৰিছিল ?
(ক) ডিম ‘ক্ৰিটাছে
(খ) থমছন
(গ) প্ৰিষ্টলি
উত্তৰ- (ক) ডিম ‘ক্ৰিটাছে ।
১১। ইলেকট্ৰনক পদাৰ্থৰ কি উপাদান বুলিব পাৰি?
(ক) পৰমাণু বুলিব পাৰি
(খ) সাৰ্বজনীন বুলিব পাৰি
(গ) নিউক্লিয়াছ বুলিব পাৰি
উত্তৰ- (খ) সাৰ্বজনীন বুলিব পাৰি ।
১২। কিমান চনত জাৰ্মান বিজ্ঞানী ই. গ’ল্ডষ্টেইনে প্ৰ’টন আৱিষ্কাৰ কৰিছিল?
(ক) 1891 চনত
(খ) 1897 চনত
(গ) 1896 চনত
উত্তৰ- (গ) 1896 চনত ।
১৩। নিউক্লিয়াছৰ চাৰিওফালে বহু কি ঠাই থাকে?
(ক) পূৰ্ণ ঠাই
(খ) খালী ঠাই
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) খালী ঠাই ।
১৪। ইলেকট্ৰনটোৱে কিহৰ ৰূপত শক্তি এৰি দিয়ে?
(ক) আন্ধাৰ ৰূপত
(খ) পোহৰৰ ৰূপত
(গ) পৰমাণুৰ ৰূপত
উত্তৰ- (খ) পোহৰৰ ৰূপত ।
১৫। ইলেকট্ৰন আৱিস্কাৰ কৰা বিজ্ঞানীজন কোন?
(ক) নিলছ ব’ৰ
(খ) ৰাদাৰফ’ৰ্ড
(গ) থমছন
উত্তৰ- (গ) থমছন ।
১৬। ___________পৰমাণুৰ নিউক্লিয়াছত নিউট্ৰন নাথাকে?
(ক) প্ৰটনৰ
(খ) 1/1h হাইড্ৰজেন
(গ) 1.6 ✖ 10 – 19
উত্তৰ- (খ) 1/1h হাইড্ৰজেন ।
১৭। তলৰ ছবিখনৰ নাম কি?
(ক) ছডিয়ামৰ বিন্য়াস
(খ) অক্সিজেনৰ বিন্য়াস
(গ) হিলিয়ামৰ বিন্য়াস
উত্তৰ- (খ) অক্সিজেনৰ বিন্য়াস ।
১৮। পৰমাণু এটাৰ সকলোখিনি আধান পৰমাণুটোৰ ক’ত থাকে?
(ক) কাষত
(খ) তলত
(গ) মাজত
উত্তৰ- (গ) মাজত ।
১৯। ব’ৰ-বাৰিৰ আঁচনিমতে পৰমাণু ক্ৰমাংক কিমানলৈ ইলেকট্ৰনবোৰক সজাব পাৰি?
(ক) 12 লৈ
(খ) 15 লৈ
(গ) 18 লৈ
উত্তৰ- (গ) 18 লৈ ।
২০। কিহৰ সাহখিনি যেনিবা ধনাত্মক আধান আৰু গুটিবোৰ যেনিবা ইলেট্ৰন?
(ক) আমাৰ
(খ) আপেলৰ
(গ) মুধিৰআমৰ
উত্তৰ- (গ) মুধিৰআমৰ ।
Type by- Bikul Mandal