Chapter- 10
পোহৰ : প্ৰতিফলন , প্ৰতিসৰণ আৰু বৰণ
১। আমি কিহৰ জৰিয়তে জগতখনৰ বিষয়ে জ্ঞান আহৰণ কৰোঁ ?
(ক) মানুহৰ জৰিয়তে
(খ) পঞ্চ ইন্দ্ৰিয়ৰ জৰিয়তে
(গ) চকুৰে
উত্তৰ- (খ) পঞ্চ ইন্দ্ৰিয়ৰ জৰিয়তে ।
২। নিজস্ব পোহৰ থকা বস্তুক কি বোলে ?
(ক) পোহৰমান
(খ) দীপ্তিমান
(গ) এটাও নহয়
উত্তৰ- (খ) দীপ্তিমান ।
৩। নিজস্ব পেহৰ নথকা বস্তুক কি বোলে ?
(ক) অপোহৰমান
(খ) অদীপ্তিমান
(গ) এটাও নহয়
উত্তৰ- (খ) অদীপ্তিমান ।
৪। দীপ্তিমান পোহৰৰ উৎস কেই প্ৰকাৰৰ ?
(ক) ৪ প্ৰকাৰৰ
(খ) ২ প্ৰকাৰৰ
(গ) ৫ প্ৰকাৰৰ
উত্তৰ- (খ) ২ প্ৰকাৰৰ ।
৫। পোহৰৰ স্বাভাবৱিক উৎস কি ?
(ক) জোনাকি পৰুবা , সূৰ্য, তৰা
(খ) মমশিখা , লেম্প, বৈদ্য়ুতিক বাল্ব
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) জোনাকি পৰুবা , সূৰ্য, তৰা ।
৬। পোহৰৰ কৃত্ৰিম উৎস কি ?(ক) মমশিখা, লেম্প, বৈদ্য়ুতিক বাল্ব
(খ) জোনাকি পৰুবা , সূৰ্য, তৰা(গ) এটাও নহয়
উত্তৰ- (ক) মমশিখা, লেম্প, বৈদ্য়ুতিক বাল্ব ।
৭। বিজ্ঞানৰ পৰিক্ষা-নিৰীক্ষাত কেনেধৰনৰ উৎস পোৱা জায় ?
(ক) একে ধৰনৰ
(খ) বহুধৰনৰ
(গ) এটাও নহয়
উত্তৰ- (খ) বহুধৰনৰ ।
৮। মানুহে ক’ত পোহৰৰ উৎস আৱিষ্কাৰ কৰিছে ?
(ক) মহাকাশত
(খ) পৃথীৱিত
(গ) এটাও নহয়
উত্তৰ- (ক) মহাকাশত ।
৯। বৈদ্য়ুতিক বাল্ব, লেম্পৰ পোহৰ বিয়পি যাওঁতে কিহৰ নমাজেৰে জাই ?
(ক) বায়ুৰ
(খ) পানীৰ
(গ) মাটিৰ
উত্তৰ- (ক) বায়ুৰ ।
১০। ইয়াৰ ভিতৰত স্বচ্ছ পদাৰ্থ কোন বোৰ ?
(ক) বায়ু, মাটি
(খ) বায়ু, পানী, কাচ
এটাও নহয়
উত্তৰ- (খ) বায়ু, পানী, কাচ ।
১১। চকুৰ পিনে থকা লেন্সখনক কি বোলে ?
(ক) অভিলক্ষ্য়
(খ) অভিনেত্ৰ
(গ) এটাও নহয়
উত্তৰ- (খ) অভিনেত্ৰ ।
১২। লক্ষ্য়বস্তুৰ পিনে থকা লেন্সখনক কি বোলে?
(ক) অভিনেত্ৰ
(খ) অভিলক্ষ্য়
(গ) এটাও নহয়
উত্তৰ- (খ) অভিলক্ষ্য় ।
১৩। কিমান চনত লিপ্পাৰছিয়ে দূৰবীণ সাজিছিল ?
(ক) ১৬০৮ চনত
(খ) ১৫৮০ চনত
(গ) ১৯৯০ চনত
উত্তৰ- (ক) ১৬০৮ চনত ।
১৪। দূৰবীণ কোনে সাজিছিল ?
(ক) গেলিলিঅ
(খ) নিউটন
(গ) লিপ্পাৰছিয়ে
উত্তৰ- (খ) নিউটন ।
১৫। সূৰ্যৰ বগা পোহৰত সাতটা ৰঙং আছে বোলি কোনে দেখুৱাইছিল ?
(ক) নিউটনে
(খ) গেলিলিঅ
(গ) লিপ্পাৰছিয়ে
উত্তৰ- (ক) নিউটনে ।
১৬। কোনো মাধ্য়মত পোহৰৰ গতিপথক কি বোলা হয়?
(ক) পোহৰৰ উৎস
(খ) ৰশ্মি
(গ) প্ৰতিফলন
উত্তৰ- (খ) ৰশ্মি ।
১৭। মিহি পৃষ্ঠই পোহৰ ভালদৰে কি কৰে?
(ক) প্ৰতিসৰণ
(খ) বৰণ
(গ) প্ৰতিফলণ
উত্তৰ- (গ) প্ৰতিফলণ ।
১৮। প্ৰতিবিম্ব গঠনৰ বাবে অতি কমেও কেডাল ৰশ্মিৰ প্ৰয়োজন?
(ক) এডাল
(খ) দুডাল
(গ) তিনিডাল
উত্তৰ- (খ) দুডাল ।
১৯। কি পোহৰত সাতোটা ৰঙৰ পোহৰ মিহলি হৈ থাকে?
(ক) ৰঙা
(খ) কলা
(গ) বগা
উত্তৰ- (গ) বগা ।
২০। প্ৰতিবিম্বৰ আকাৰ আৰু লক্ষ্য়বস্তুৰ আকাৰ সমাননে?
(ক) নহয়
(খ) হয়
উত্তৰ- (খ) হয় ।
Type by- Bikul Mandal