Chapter- 1
জীৱজগত : কোষ
১। জীৱৰদেহ কিহেৰে গঠিত ?
(ক) বেক্টেৰিয়াৰে গঠিত
(খ) ভেঁকুৰে গঠিত
(গ) কোষেৰে গঠিত
উত্তৰ- (গ) কোষেৰে গঠিত ।
২। কোনবোৰ জীৱৰদেহ এটা কোষেৰে গঠিত ?
(ক) বেক্টেৰিয়া
(খ) আৰ্কিবেক্টেৰিয়া
(গ) বেক্টেৰিয়া, ইষ্টৰ আৰ্কিবেক্টেৰিয়া
উত্তৰ- (গ) বেক্টেৰিয়া, ইষ্টৰ আৰ্কিবেক্টেৰিয়া ।
৩। কাক আদিম কোষকেন্দ্ৰযুক্ত বা প্ৰ’কেৰিঅ’ট বোলে ?
(ক) বেক্টেৰিয়াৰ সংগঠনক
(খ) আৰ্কিবেক্টেৰিয়াৰ সংগঠ
(গ) বেক্টেৰিয়া আৰু আৰ্কিবেক্টেৰিয়াৰ সংগঠনক
উত্তৰ- (গ) বেক্টেৰিয়া আৰু আৰ্কিবেক্টেৰিয়াৰ সংগঠনক ।
৪। কোনজন বৈজ্ঞানীকে কোষৰ আৱিষ্কাৰ কৰিছিল ?গ
(ক) ৰ’বাৰ্ট হুক
(খ) ৰ’বাৰ্ট আইনস্তাইন
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) ৰ’বাৰ্ট হুক ।
৫। ‘Cell’ শব্দটো প্ৰথমতে কোনে ব্য়ৱহাৰ কৰিছিল ?
(ক) ৰ’বাৰ্ট হুকে
(খ) ৰবাৰ্ট আইনস্তাইনে
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (ক) ৰ’বাৰ্ট হুকে ।
৬। কোনবোৰ জীৱৰ শৰীৰৰ গঠন জটিল ?
(ক) এককোষী জীৱৰ
(খ) বহুকোষী জীৱৰ
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (খ) বহুকোষী জীৱৰ ।
৭। মানুহৰ দেহকোষত কিমান যোৰ ক্ৰ’ম’জ’ম থাকে ?
(ক) ২২ যোৰ
(খ) ২৩ যোৰ
(গ) ২৪ যোৰ
উত্তৰ- (খ) ২৩ যোৰ ।
৮। কোনবোৰ বস্তোৱে কোষক সুৰক্ষিত কৰি ৰাখে ?
(ক) কোষাৱৰণখনে
(খ) বেক্টেৰিয়ায়ে
(গ) ভেঁকুৰে
উত্তৰ- (ক) কোষাৱৰণখনে ।
৯। স্তন্য়পায়ী প্ৰাণীৰ যকৃত গঠন কৰা কোষত প্ৰায় কিমানটা কৈ মাইট’কন্ড্ৰিয়া থাকে ?
(ক) ২০০০ টা
(খ) ১৫০০ টা
(গ) ১০০০ টা
উত্তৰ- (খ) ১৫০০ টা ।
১০। পাত গঠন কৰা কোষত থকা ক্ল’ৰ’প্লাষ্টৰ সংখ্য়া কিমান ?
(ক) ২০
(খ) ৪০
(গ) ২০ ৰ পৰা ৪০
উত্তৰ- (গ) ২০ ৰ পৰা ৪০ ।
১১। প্ৰত্য়েক কোষতে সাধাৰণতে কেইটাকৈ কোষকেন্দ্ৰ থাকে?
(ক) দুটাকৈ
(খ) একোটাকৈ
(গ) চাৰিটাকৈ
উত্তৰ- (খ) একোটাকৈ ।
১২। মাইট’কণ্ড্ৰিয়া নামৰ অৰ্গনেলৰ আকৃতি চেপেটা, দণ্ডাকৃতিৰ আৰু কেনেকোৱা?
(ক) চাৰিকুণীয়া
(খ) ঘূৰণীয়া
(গ) তিনিকুণীয়া
উত্তৰ- (খ) ঘূৰণীয়া ।
১৩। কোষপ্ৰৰসৰ চাৰিওফালে এখন পাতল কি থাকে?
(ক) পৰ্দা থাকে
(খ) আৱৰণ থাকে
(গ) ওপৰৰ দুয়োটাই শুদ্ধ
উত্তৰ- (খ) আৱৰণ থাকে ।
১৪। কোষত উৎপত্তি হোৱা বৰ্জিত পদাৰ্থও কত জমা হৈ থাকে?শ
(ক) শৰ্কাত জমা হৈ থাকে
(খ) এমিন’ এছিডত জমা হৈ থাকে
(গ) ৰসধানীত জমা হৈ থাকে
উত্তৰ- (গ) ৰসধানীত জমা হৈ থাকে ।
১৫। অৰ্গেনেলবিধৰ আকাৰ কিমান মাইক্ৰ’মিটাৰ বহল?
(ক) 3-1 মাইক্ৰ’মিটাৰ বহল
(খ) 2-10 মাইক্ৰ’মিটাৰ বহল
(গ) 2-4 মাইক্ৰ’মিটাৰ বহল
উত্তৰ- (গ) 2-4 মাইক্ৰ’মিটাৰ বহল ।
১৬। ছিষ্টাৰ্নিৰ একোটা সমষ্টিক কি বোলে?
(ক) কেৰ’টিন বোলে
(খ) উদ্ভিদ বোলে
(গ) গলগি সংঘ বোলে
উত্তৰ- (গ) গলগি সংঘ বোলে ।
১৭। প্ৰাণীকোষত কোষকেন্দ্ৰৰ ওপৰত এক কি অংশ থাকে?
(ক) ডাঙৰ অংশ থাকে
(খ) সৰু অংশ থাকে
(গ) মধ্য় অংশ থাকে
উত্তৰ- (খ) সৰু অংশ থাকে ।
১৮। কিমান চনত ইটালিৰ জীৱবিজ্ঞানী কেমিল গলগিয়ে অৰ্গেনেল আৱিষ্কাৰ কৰিছিল?
(ক) 1884 চনত
(খ) 1876 চনত
(গ) 1898 চনত
উত্তৰ- (গ) 1898 চনত ।
১৯। তলৰ ছবিটোৰ নাম কি?
(ক) ক্ল’ৰ’প্লাষ্টিড
(খ) আন্তঃপ্ৰৰসীয় জালিকা
(গ) গলগি সংঘ
উত্তৰ- (গ) গলগি সংঘ ।
২০। ইউকেৰিঅ ‘টৰ কোষৰ আকাৰ সাধাৰণতে কিমান মাইক্ৰ’মিটাৰ?
(ক) 15-23 মাইক্ৰ’মিটাৰ
(খ) 13-9 মাইক্ৰ’মিটাৰ
(গ) 10-30 মাইক্ৰ’মিটাৰ
উত্তৰ- (গ) 10-30 মাইক্ৰ’মিটাৰ ।
Type by- Bikul Mandal