Chapter- 18
সৌৰজগতৰ কথা
১। আকাশত তিৰবিৰাই থকা এনে বস্তুবোৰক কি বোলা হয়?
(ক) সৌৰজগত
(খ) গ্ৰহাণুপুঞ্জ
(গ) জ্য়োতিষ্ক
উত্তৰ- (গ) জ্য়োতিষ্ক ।
২। যিবোৰ জ্য়োতিষ্কৰ নিজা তাপ আৰু পোহৰ থাকে তেনেবোৰ জ্য়োতিষ্কৰক কি বোলা হয়?
(ক) নক্ষত্ৰ
(খ) ছেড্না
(গ) গ্ৰহ
উত্তৰ- (ক) নক্ষত্ৰ ।
৩। সূৰ্য এটা কি?
(ক) গ্ৰহ
(খ) গ্ৰহাণু
(গ) নক্ষত্ৰ
উত্তৰ- (গ) নক্ষত্ৰ ।
৪। প্লুটোৰ দৰে আন কেইটা গ্ৰহাণু আৱিষ্কৃত হৈছে?
(ক) ২
(খ) ৩
(গ) ৫
উত্তৰ- (ক) ২ ।
৫। সূৰ্যৰ একেবাৰে ওচৰত থকা গ্ৰহটো নাম কি?
(ক) বুধ
(খ) শুক্ৰ
(গ) নেপচুন
উত্তৰ- (ক) বুধ ।
৬। সূৰ্যৰ আটাইতকৈ দূৰত থকা গ্ৰহটো নাম কি?
(ক) বৃহস্পতি
(খ) ইউৰেনাছ
(গ) নেপচুন
উত্তৰ- (গ) নেপচুন ।
৭। সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো নাম কি?
(ক) মঙল
(খ) বৃহস্পতি
(গ) বুধ
উত্তৰ- (খ) বৃহস্পতি ।
৮। সৌৰজগতত কেইটা গ্ৰহ আছে?
(ক) ৬টা
(খ) ৭টা
(গ) ৮টা
উত্তৰ- (গ) ৮টা ।
৯। গ্ৰহাণুপুঞ্জ কোন দুটা গ্ৰহৰ মাজত আছে?
(ক) বুধ-শুক্ৰ
(খ) মঙল-বৃহস্পতি
(গ) ইউৰেনাছ-নেপচুন
উত্তৰ- (খ) মঙল-বৃহস্পতি ।
১০। মঙল গ্ৰহক কি ৰংৰ গ্ৰহ বোলে?
(ক) হালধীয়া
(খ) নীলা
(গ) ৰঙা
উত্তৰ- (গ) ৰঙা ।
Type by- Bikul Mandal