Chapter- 16
অসমৰ উদ্য়োগ আৰু কুটীৰ শিল্প
১। মানুহৰ কামত লগা বিভিন্ন সামগ্ৰী উৎপাদন কৰা ব্য়ৱস্থাটোক বি বোলে?
(ক) প্ৰকল্প
(খ) কুটীৰ শিল্প
(গ) উদ্য়োগ
উত্তৰ- (খ) কুটীৰ শিল্প ।
২। বয়ন শিল্প ক’ত আছে?
(ক) শুৱালকুছি
(খ) সৰ্থেবাৰী
(গ) নলবাৰী
উত্তৰ- (ক) শুৱালকুছি ।
৩। কাঁহ শিল্প ক’ত আছে?
(ক) হাজো
(খ) সৰ্থেবাৰী
(গ) শুৱালকুছি
উত্তৰ- (খ) সৰ্থেবাৰী ।
৪। পিতল শিল্প ক’ত আছে?
(ক) আশাৰীকান্দি
(খ) শালমৰা
(গ) হাজো
উত্তৰ- (গ) হাজো ।
৫। বাঁহ শিল্প ক’ত আছে?
(ক) নলবাৰী
(খ) আশাৰীকান্দি
(গ) কৰিমগঞ্জ
উত্তৰ- (ক) নলবাৰী ।
৬। পাটী শিল্প ক’ত আছে?
(ক) শিলচৰ
(খ) কৰিমগঞ্জ
(গ) শালমৰা
উত্তৰ- (খ) কৰিমগঞ্জ ।
৭। বেত শিল্প ক’ত আছে?
(ক) নলবাৰী
(খ) তিতাবৰ
(গ) শিলচৰ
উত্তৰ- (গ) শিলচৰ ।
৮। মৃৎ শিল্প ক’ত আছে?
(ক) যোৰহাট
(খ) নগাঁও
(গ) আশাৰীকান্দি
উত্তৰ- (গ) আশাৰীকান্দি ।
৯। গহনা শিল্প ক’ত আছে?
(ক) নগাঁও
(খ) কৰিমগঞ্জ
(গ) ধুবুৰী
উত্তৰ- (ক) নগাঁও ।
১০। গেছ প্লাণ্ট উদ্য়োগ ক’ত আছে?
(ক) কঁঠালগুৰি
(খ) নামৰূপ
(গ) বঙাইগাঁও
উত্তৰ- (ক) কঁঠালগুৰি ।
Type by- Bikul Mandal