Chapter- 8
আমাৰ দৰকাৰী উদ্ভিদ
১। মানুহে প্ৰধান খাদ্য ক’ৰ পৰা পায় ?
(ক) তৃণজাতীয় উদ্ভিদৰ পৰা
(খ) তৃণভোজী প্ৰাণীৰ পৰা
(গ) মাংসভোজী প্ৰাণীৰ পৰা
উত্তৰ- (ক) তৃণজাতীয় উদ্ভিদৰ পৰা ।
২। তৃণজাতীয় উদ্ভিদৰ গুটিক কি কয় ?
(ক) বীজ
(খ) শস্য
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) শস্য ।
৩। মানুহৰ প্ৰধান খাদ্য কি ?
(ক) মাংস
(খ) ৰুটী
(গ) ভাত
উত্তৰ- (গ) ভাত ।
৪। যৱধানৰ আন এটা নাম কি ?
(ক) ধান
(খ) জোৱাৰ
(গ) বাৰ্লি
উত্তৰ- (গ) বাৰ্লি ।
৫। জোৱাৰৰ আন এটা নাম কি ?
(ক) ছৰ্ঘাম
(খ) বজ্ৰা
(গ) গোমধান
উত্তৰ- (ক) ছৰ্ঘাম ।
৬। দাইল, ছয়াবিন আদিৰ পৰা কি পোৱা যায় ?
(ক) ভিটামিন
(খ) কেল’ছিয়াম
(গ) প্ৰ’টিন
উত্তৰ- (গ) প্ৰ’টিন ।
৭। মানুহ আৰু ঘৰচীয়া প্ৰাণীক বেমাৰ হ’লে কিহৰ প্ৰয়োজন ?
(ক) খাদ্যৰ
(খ) বাসস্থানৰ
(গ) ঔষধৰ
উত্তৰ- (গ) ঔষধৰ ।
৮। বহু ঔষধ ক’ৰ পৰা পোৱা যায় ?
(ক) দোকানৰ পৰা
(খ) গছৰ পৰা
(গ) মানুহৰ পৰা
উত্তৰ- (খ) গছৰ পৰা ।
৯। মেলেৰিয়া আদি ৰোগ নিৰাময়ৰ বাবে কি ব্যৱহাৰ কৰা হয় ?
(ক) ছালকুঁৱৰী
(খ) আমলখি
(গ) তুলসী
উত্তৰ- (গ) তুলসী ।
১০। কাৰ্ব’হাইড্ৰেটবোৰ কিহত পৰিণত হৈছিল ?
(ক) কেৰাচিনত
(খ) কয়লাত
(গ) পেট্ৰল’ত
উত্তৰ- (গ) তুলসী ।
Type by- Bikul Mandal