Chapter- 5
উদ্ভিদৰ আহাৰ
১। উদ্ভিদক জীয়াই থাকিবলৈ কি লাগে ?
(ক) পানী
(খ) মাটি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) পানী ।
২। গছজোপাক শক্তিশালী কৰি কোনে ধৰি ৰাখে ?
(ক) গছজোপাৰ ডালে
(খ) গছজোপাৰ পাতে
(গ) শিপাবোৰে
উত্তৰ- (গ) শিপাবোৰে ।
৩। কিহৰ সহায়ত গছে মাটিৰ পৰা পানী আৰু সাৰ শুহি লয় ?
(ক) ডালৰ সহায়ত
(খ) পাতৰ সহায়ত
(গ) শিপাৰ সহায়ত
উত্তৰ- (ক) ডালৰ সহায়ত ।
৪। ক্লৰ’ফিলৰ অসমীয়া নাম কি ?
(ক) পত্ৰহৰিৎ
(খ) পত্ৰৰন্ধ্ৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) পত্ৰহৰিৎ ।
৫। ক্লৰ’ফিলৰ ৰং কেনেকুৱা ?
(ক) নীলা
(খ) ডাঠ সেউজীয়া
(গ) সেউজীয়া
উত্তৰ- (গ) সেউজীয়া ।
৬। পত্ৰৰন্ধ্ৰৰ মাজেৰে কি চলাচল কৰে ?
(ক) তাপ
(খ) বায়ু
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) বায়ু ।
৭। কি ৰঙৰ উদ্ভিদে কাৰ্ব’হাইড্ৰেট তৈয়াৰ কৰিব পাৰে ?
(ক) নীলা ৰঙৰ
(খ) ডাঠ সেউজীয়া ৰঙৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (গ) ওপৰৰ এটাও নহয় ।
৮। মূলাই ক’ত খাদ্য জমা কৰি ৰাখে ?
(ক) গছত
(খ) পাতত
(গ) শিপাত
উত্তৰ- (গ) শিপাত ।
৯। বাদামে ক’ত খাদ্য জমা কৰি ৰাখে ?
(ক) শিপাত
(খ) পাতত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (গ) ওপৰৰ এটাও নহয় ।
১০। গছে আমাক কি গেছ এৰি দিয়ে ?
(ক) অক্সিজেন
(খ) কাৰ্বন-ডাই-অক্সাইড
(গ) নাইট্ৰ’জেন
উত্তৰ- (ক) অক্সিজেন ।
Type by- Bikul Mandal