Chapter- 13
আহাৰ আৰু সুস্বাস্থ্য
১। তেজ গঠন হ’বলৈ কিহৰ দৰকাৰ হয় ?
(ক) লোৰ
(খ) প্ৰ’টিনৰ
(গ) নিজ পদাৰ্থৰ
উত্তৰ- (ক) লোৰ ।
২। ৰোগৰ বীজাণুৱে কেতিয়া বাহ লয় ?
(ক) সুষম আহাৰ খালে
(খ) লেতেৰা কাপোৰ পিন্ধিলে
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) লেতেৰা কাপোৰ পিন্ধিলে ।
৩। বাৰীৰ পৰা বা বজাৰৰ পৰা ছিঙি অনা শাক-পাচলিত কি থাকে ?
(ক) প্ৰ’টিন
(খ) ভিটামিন
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (গ) ওপৰৰ এটাও নহয় ।
৪। গাখীৰ বা পানী ভালদৰে উতলাই কিয় খাব লাগে ?
(ক) বীজাণু নাইকিয়া হ’বলৈ
(খ) ভিটামিন নাইকিয়া হ’বলৈ
(গ) প্ৰ’টিন নাইকিয়া হ’বলৈ
উত্তৰ- (ক) বীজাণু নাইকিয়া হ’বলৈ ।
৫। খোৱা বস্তু কেনেকৈ ৰাখিব লাগে ?
(ক) যতে-ততে পেলায়
(খ) ভালকৈ ঢাকি
(গ) ঢাকনি নমৰাকৈ
উত্তৰ- (খ) ভালকৈ ঢাকি ।
৬। খোৱা বস্তু ভালকৈ চোবাই খালে কি হয় ?
(ক) বমি হয়
(খ) ভিটামিন বাঢ়ে
(গ) হজম হয়
উত্তৰ- (গ) হজম হয় ।
৭। কোনবোৰ মানুহ সুস্বাস্থ্যৰ অধিকাৰী হ’ব নোৱাৰে ?
(ক) চাকৰি কৰা মানুহ
(খ) এলেহুৱা মানুহ
(গ) কাম-বন কৰি ফুৰা মানুহ
উত্তৰ- (খ) এলেহুৱা মানুহ ।
৮। মাংসপেশী গঠন হ’বলৈ কিহৰ দৰকাৰ ?
(ক) ফছফৰাছৰ
(খ) লোৰ
(গ) প্ৰ’টিনৰ
উত্তৰ- (গ) প্ৰ’টিনৰ ।
৯। আমাৰ সকলোতকৈ প্ৰয়োজনীয় আহাৰ কি ?
(ক) ভাত
(খ) ৰুটী
(গ) চাহ
উত্তৰ- (ক) ভাত ।
১০। কিহত ভিটামিন আৰু খনিজ লৱণ প্ৰচুৰ পৰিমাণে থাকে ?
(ক) লেচেৰী মাহত
(খ) আইচ’ক্ৰীমত
(গ) গাজৰত
উত্তৰ- (গ) গাজৰত ।
Type by- Bikul Mandal