Chapter- 12
আমাৰ শৰীৰ
১। চকুৰে আমি কি কৰোঁ ?
(ক) চাঁও
(খ) উশাহ লওঁ
(গ) খোজ কাঢ়ো
উত্তৰ- (ক) চাঁও ।
২। আমাৰ দেহৰ বাহিৰত থকা অংগবিধৰ নাম কি ?
(ক) যকৃৎ
(খ) চকু
(গ) পাকস্থলী
উত্তৰ- (খ) চকু ।
৩। আমি কিহেৰে খোজ কাঢ়ো ?
(ক) হাতেৰে
(খ) পিঠিয়ে
(গ) ভৰিৰে
উত্তৰ- (গ) ভৰিৰে ।
৪। শৰীৰত থকা এই হাড়ৰ সজ্জাটোক কি বোলে ?
(ক) হাঁওফাঁও
(খ) জঁকা
(গ) পাকস্থলী
উত্তৰ- (খ) জঁকা ।
৫। সৰুতে আমাৰ কেইটা দাঁত থাকে ?
(ক) ১০ টা
(খ) ১৫ টা
(গ) ২০ টা
উত্তৰ- (গ) ২০ টা ।
৬। ডাঙৰ মানুহৰ কেইটা স্থায়ী দাঁত থাকে ?
(ক) ৩০ টা
(খ) ৩২ টা
(গ) ৩১ টা
উত্তৰ- (খ) ৩২ টা ।
৭। মানুহৰ মুখত কেইপাৰী দাঁত থাকে ?
(ক) ২ পাৰী
(খ) ৩ পাৰী
(গ) ৪ পাৰী
উত্তৰ- (ক) ২ পাৰী ।
৮। ১,২,৩,৪ এই কেইটা কি দাঁত ?
(ক) জমি দাঁত
(খ) কুকুৰ দাঁত
(গ) আগ দাঁত
উত্তৰ- (গ) আগ দাঁত ।
৯। ১১-১৬ এইকেইটা কি দাঁত ?
(ক) জমি দাঁত
(খ) আগজমি দাঁত
(গ) কুকুৰ দাঁত
উত্তৰ- (ক) জমি দাঁত ।
১০। কি কি মিলি আমাৰ পাঁচ ইন্দ্ৰিয় হয় ?
(ক) চকু, কাণ, দাঁত, ঠুতুৰি মিলি
(খ) চকু, কাণ, নাক, জিভা আৰু ছাল মিলি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) চকু, কাণ, নাক, জিভা আৰু ছাল মিলি ।
Type by- Bikul Mandal