Chapter- 8
বুঢ়া – বুঢ়ী আৰু শিয়াল
১। “আপোনি কচু কেঁচাই ৰুইছে নে সিজাই ৰুইছে” এই কথাষাৰ কোনে কৈছিল?
(ক) বুঢ়ীয়ে
(খ) শিয়ালে
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (খ) শিয়ালে ।
২। “আপুনি কচু ৰুব পৰা নাই” এই কথাষাৰ কোনে কৈছিল?
(ক) বুঢ়ীয়ে
(খ) শিয়ালে
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (খ) শিয়ালে ।
৩। “তহঁতৰ কথামতে মই কচু ৰুম” এি কথাষাৰ কোনে কৈছিল?
(ক) বুঢ়ীয়ে
(খ) শিয়ালে
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (গ) ইয়াৰ এটাও নহয় ।
৪। শিয়াল বোৰক মৰা বুধি কোনে সাজিছিল?
(ক) বুঢ়ীয়ে সাজিছিল
(খ) বুঢ়ায়ে সাজিছিল
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (খ) বুঢ়ায়ে সাজিছিল ।
৫। শিয়াল বোৰৰ ভিতৰত কিমানটা শিয়াল বাছিল?
(ক) দুটা
(খ) চাৰিটা
(গ) ছয়টা
উত্তৰ- (খ) চাৰিটা ।
Type by- Bikul Mandal