Chapter- 6
কণ আৰু মন
১। মন বয়সত ডাঙৰ আছিল নে?
(ক) আছিল
(খ) নাছিল
(গ) এটাও নহয়
উত্তৰ- (খ) নাছিল ।
২। “আমাৰ যে বাপতীকলীয়া বস্তুবিলাক আছে সেইবোৰ আমি দুইটাই দুই সময়ত চলিয়ত কৰোঁ আহাঁ।” এই কথাষাৰ কোনে কৈছিল?
(ক) মনে
(খ) কণে
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (খ) কণে ।
৩। “তুমি কোৱা কথাটো সঁচা, আমাৰনো বস্তুবিলাকৰ ভিতৰত সোমাই থাকি কি হ’ব” এই কথাষাৰ কোনে কৈছিল?
(ক) মনে
(খ) কণে
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (ক) মনে ।
৪। “আমাৰ থকা ফটা কঁথাখন জাৰকালি ৰাতি লৈ শুম” বুলি কোনে কৈছিল?
(ক) মনে
(খ) কণে
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (খ) কণে ।
৫। “বোপা আমাৰ যে সেই ক’লী গৰুজনী আছে তাইৰ আগফাল তুমি লোৱাঁ” এই কথাষাৰ কোনে কৈছিল?
(ক) মনে
(খ) কণে
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (খ) কণে ।
৬। “তোমাৰ কথা কেতিয়াও দলিয়াই নেপেলাওঁ” এই কথাষাৰ কোনে কৈছিল?
(ক) মনে
(খ) কণে
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (ক) মনে ।
৭। “তুমি কে’লৈ ইমান দুখ সহিছা” এই কাথাষাৰ কোনে কৈছিল?
(ক) মনে
(খ) কণে
(গ) বুঢ়ী জনীয়ে
উত্তৰ- (গ) বুঢ়ী জনীয়ে ।
৮। “তুমি এটি বন কৰিবা” বুলি কোনে কৈছিল?
(ক) মনে
(খ) কণে
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (গ) ইয়াৰ এটাও নহয় ।
৯। জহ শব্দৰ অৰ্থ কি?
(ক) মানা কৰা
(খ) গৰম
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (খ) গৰম ।
১০। মিলা-প্ৰীতি শব্দৰ অৰ্থ কি?
(ক) গৰম
(খ) নিষেধ কৰা
(গ) সমিলমিল
উত্তৰ- (গ) সমিলমিল ।
Type by- Bikul Mandal