Chapter- 11
বুধিয়ক শিয়াল
১। পিঠা কেইটা কাৰ বাবে থৈ দিয়া হৈছিল?
(ক) মালিনী
(খ) লখিমী
(গ) ইয়াৰ এজনো নহয়
উত্তৰ- (খ) লখিমী ।
২। “সিহঁত ক’ত আছে ক?” এই কথাষাৰ কোনে কৈছিল?
(ক) বাঘে
(খ) লখিমীয়ে
(গ) শিয়ালে
উত্তৰ- (গ) শিয়ালে ।
৩। “আমাৰ আই বোপাই দুয়ো চিকাৰলৈ গৈছে?” এই কথাষাৰ কোনে কৈছিল?
(ক) শিয়ালে
(খ) লখিমীয়ে
(গ) বাঘে
উত্তৰ- (গ) বাঘে ।
৪। আজি তুমি বাঘ মাৰিবলৈ যাব নালাগে? এই কথাষাৰ কোনে কৈছিল?
(ক) বাঘে
(খ) শিয়ালে
(গ) ইয়াৰ এজনো নহয়
উত্তৰ- (গ) ইয়াৰ এজনো নহয় ।
৫। শিয়ালে কি কৰোটে হাবি তল-ওপৰ হ’ল?
(ক) শিয়ালে মঙহ খাওতে
(খ) শিয়ালে বাঘৰ হাতনে মৃত্য়ু হওতে
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (গ) ইয়াৰ এটাও নহয় ।
৬। লটং-পটং অৰ্থ কি ?
(ক) দূৰৰ পৰা
(খ) অস্থিৰ
(গ) মিছা
উত্তৰ- (খ) অস্থিৰ ।
৭। কোনে বাঘক শালত দিয়া বুলি কৈছিল ?
(ক) হাতী
(খ) শিয়াল
(গ) কুকুৰ
উত্তৰ- (খ) শিয়াল ।
৮। লুংলুঙাই ফুৰ্ মানে কি ?
(ক) গোপনে কোনো বস্তু বিচাৰি ফুৰা
(খ) পেট ভৰাই
(গ) ৰক্ষা কৰা
উত্তৰ- (ক) গোপনে কোনো বস্তু বিচাৰি ফুৰা ।
Type by- Bikul Mandal