Chapter- 10
সৰবজান
১। “যোৱাঁচোন, কাৰ ঘৰত বৰাদান মাৰিছে চোৱাঁগৈ” এই কথাষাৰ কোনে কৈছিল?
(ক) ফৰিঙে
(খ) ফৰিংৰ ঘৈণীয়েকে
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (খ) ফৰিংৰ ঘৈণীয়েকে ।
২। বন – বাৰী শব্দৰ অৰ্থ কি?
(ক) নিশ্চিত হ
(খ) ঘৰুৱা কাম
(গ) সন্মান কৰ্
উত্তৰ- (খ) ঘৰুৱা কাম ।
৩। আদৰ – সাদৰ কৰ্ শব্দৰ অৰ্থ কি?
(ক) বিবুধি হ
(খ) সন্মান কৰ্
(গ) নিশ্চিত হ
উত্তৰ- (খ) সন্মান কৰ্ ।
৪। থিয়ৈ মূচকছ যোৱা শব্দৰ অৰ্থ কি?
(ক) আনলৈ নেভাবি নিজৰ স্বাাৰ্থ বিচৰা
(খ) সঘনে ব্য়ৱহাৰ কৰি থকা সৰু বাকচ
(গ) নভবা – নিচিন্তা ডাঙৰ বিপদত পৰি মৰা প্ৰায় হোৱা
উত্তৰ- (গ) নভবা – নিচিন্তা ডাঙৰ বিপদত পৰি মৰা প্ৰায় হোৱা ।
৫। ডহডহীয়াৰ শব্দৰ অৰ্থ কি?
(ক) বিবুধি হ
(খ) নিশ্চিত হ
(গ) সন্মান কৰ্
উত্তৰ- (খ) নিশ্চিত হ ।
Type by- Bikul Mandal