Chapter- 1
বুঢ়ী ছাগলী
১। মানুহে এদেশৰপৰা আন দেশলৈ কি বেছিৰ বাবে ঘোড়ী ফোৰিছিল?
(ক) বয়লা
(খ) ছাগলী
(গ) মানুহ
উত্তৰ- (খ) ছাগলী ।
২। শিয়ালটোৱে এচৰ চাপি আহি ছাগলীক কি লগালে?
(ক) দাত
(খ) হাত
(গ) মাত
উত্তৰ- (গ) মাত ।
৩। কি কম জন্তু নহয়?
(ক) বাঘ
(খ) সিংহ
(গ) ছাগলী
উত্তৰ- (খ) সিংহ ।
৪। ভালুকে শিয়ালৰ কথা শুনি কি কৈছিল?
(ক) মোৰ ভয় লাগিছে
(খ) বলা ইয়াৰ পৰা যাও গৈ
(গ) বলচোন চাওঁগৈ
উত্তৰ- (গ) বলচোন চাওঁগৈ ।
৫। এইবুলি শুনি কোন ছাগলীৰ ওচৰ কোন পালেগৈ?
(ক) সিংহ
(খ) শিয়াল
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (গ) ইয়াৰ এটাও নহয় ।
৬। ভালুকে ভয় খাই তাৰপৰা ঘুচি লৈ কাৰ ওচৰ পালেেগৈ?
(ক) শিয়ালৰ
(খ) বালুক
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (গ) ইয়াৰ এটাও নহয় ।
৭। ছাগলীজনীক পিঠিত লৈ কোন সিংহৰ ওচৰ পালেগৈ?
(ক) শিয়াল
(খ) ভালোক
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (খ) ভালোক ।
৮। কোনে কৈছিল তই মোক সিংহৰ ওচৰলৈ লৈ ব’ল?
(ক) সিংহ
(খ) ছাগলী
(গ) শিয়াল
উত্তৰ- (খ) ছাগলী ।
৯। তোক কোনেও একো কৰিব নোৱাৰে বুলি কোনে কাক কৈছিল?
(ক) সিংহয়ে শিয়ালক
(খ) সিংহয়ে ছাগলীক
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (খ) সিংহয়ে ছাগলীক ।
১০। ছাগলীয়ে হাতীৰ উত্তৰ কি দিছিল?
(ক) মই সিংহৰ মাক
(খ) মই সিংহৰ মাহীয়েক
(গ) মাই সিংহৰ ভনীয়েক
উত্তৰ- (খ) মই সিংহৰ মাহীয়েক ।
Type by- Bikul Mandal