Chapter- 8.1
ধুবুৰি
১। ধুবুৰি নামতো কিহৰ পৰা উৎপত্তি হয়?
(ক) নেতাই ধুবুনীৰ নামৰ পৰা
(খ) নেতাৰ নামৰ পৰা
(গ) পশ্চিমবংগ নামৰ পৰা
উত্তৰ- (ক) নেতাই ধুবুনীৰ নামৰ পৰা ।
২। ধুবুৰি চাৰিসিমাত কি কি জিলা আছে?
(ক) মৰিগাঁও, নগাওঁ, চিৰাং
(খ) কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, গোৱালপাৰা
(গ) বাকসা , নলবাৰী, দৰং
উত্তৰ- (খ) কোকৰাঝাৰ, গোৱালপাৰা, বঙাইগাঁও, গোৱালপাৰা ।
৩। ধুবুৰি মহকুমা কি?
(ক) বিলাসীপাৰা
(খ) মৰিগাঁও
(গ) নগাওঁ
উত্তৰ- (ক) বিলাসীপাৰা ।
৪। ধুবুৰিত জনসংখ্যা কিমান?
(ক) ১৯,৫৫,৬৩২
(খ) ১৯,৪৮,৬৩০
(গ) ১৯,৪৮,৬৩২
উত্তৰ- (গ) ১৯,৪৮,৬৩২ ।
৫। ধুবুৰি প্ৰধান উপনৈ কি কি?
(ক) গৌৰাং , চম্পাৱতী , সোণকোষ
(খ) গদাধৰ, গংগাধৰ, সোণকোষ
(গ) বৰনদী, বকো , কুলসী
উত্তৰ- (খ) গদাধৰ, গংগাধৰ, সোণকোষ ।
৬। ধুবুৰি প্ৰধান পাহাৰ কি কি?
(ক) চান্দৰডিঙা, বকুৱামাৰী, টোকোৰাবন্ধা
(খ) শ্ৰীসূৰ্য, ৰাক্ষসিনী, পাগলাৰটেক
(গ) টোকোৰাবন্ধা, শ্ৰীসূৰ্য, পাগলাৰটেক
উত্তৰ- (ক) চান্দৰডিঙা, বকুৱামাৰী, টোকোৰাবন্ধা ।
৭। ধুবুৰি ৰে’ল ষ্টেছন সমূহ কি কি ?
(ক) ধুবুৰি, গৌৰীপুৰ, বালাজান, আগমনি
(খ) বাসুগাঁও, চৌতাৰা, গোসাঁইগাঁও
(গ) সাপটগ্ৰাম, শ্ৰীৰামপুৰ, ফকিৰাগ্ৰাম
উত্তৰ- (ক) ধুবুৰি, গৌৰীপুৰ, বালাজান, আগমনি ।
৮। ধুবুৰি প্ৰধান বিল কি কি?
(ক) তামৰঙা
(খ) দলনি
(গ) ধীৰ, দিপুল, ডাকৰা
উত্তৰ- (গ) ধীৰ, দিপুল, ডাকৰা ।
৯। ধুবুৰি জাহাজঘাটৰ নাম কি?
(ক) দলনি
(খ) শ্ৰীসূৰ্য
(গ) গোলোকগঞ্জ
উত্তৰ- (গ) গোলোকগঞ্জ ।
১০। ধুবুৰিত প্ৰধান শস্য কি কি ?
(ক) চাউল
(খ) সৰিয়হ
(গ) ধান , মাহ , মৰাপাত, কুঁহিয়াৰ
উত্তৰ- (গ) ধান , মাহ , মৰাপাত, কুঁহিয়াৰ ।
Type by- Bikul Mandal