Chapter- 8.9
নলবাৰী জিলা
১। নলবাৰী নামটো ক’ৰ পৰা উৎপত্তি হৈছিল?
(ক) নল বিৰিণা খাগৰি পৰা উৎপত্তি হয়।
(খ) নল শব্দ পৰা উৎপত্তি হয়।
(গ) খাগৰি পৰা উৎপত্তি হয়।
উত্তৰ- (ক) নল বিৰিণা খাগৰি পৰা উৎপত্তি হয়।
২। নলবাৰী চাৰিসীমাত কি কি জিলা আছে ?
(ক) বাকসা , গোৱালপাৰা, মৰিগাঁও।
(খ) নগাঁও, গোৱালপাৰা, চিৰাং।
(গ) বাকসা , কামৰূপ, বৰপেটা।
উত্তৰ- (গ) বাকসা , কামৰূপ, বৰপেটা।
৩। নলবাৰী মাটিকালি কিমান?
(ক) ১,৭৭৬.৮৩ বৰ্গ
(খ) ১,০০৮.৮৩ বৰ্গ
(গ) ৬, ৮৭৯.৮৩ বৰ্গ
উত্তৰ- (খ) ১,০০৮.৮৩ বৰ্গ ।
৪। নলবাৰী জিলা জনসংখ্যা কিমান?
(ক) ১,৬৭,৯৮০ জন।
(খ) ৭,৯৮,৪৫৬ জন।
(গ) ৭,৬৯,৯১৯ জন।
উত্তৰ- (গ) ৭,৬৯,৯১৯ জন।
৫। নলবাৰী জিলা সদৰ ঠাই কি?
(ক) গোৱালপাৰা
(খ) চিৰাং
(গ) নলবাৰী
উত্তৰ- (গ) নলবাৰী ।
৬। নলবাৰী জিলা মহকুমা কি?
(ক) মুকালমুৱা
(খ) চিৰাং
(গ) নলবাৰী, টিহু আৰু মুকালমুৱা।
উত্তৰ- (গ) নলবাৰী, টিহু আৰু মুকালমুৱা। ।
৭। নলবাৰী জিলা প্ৰধান উপনৈ কি?
(ক) বৰলীয়া, পাগলাদিয়া, বঢ়াদিয়া, টিহু।
(খ) পুঠিমাৰী, পহুমাৰা, বেঁকী।
(গ) টিহু,পহুমাৰা, বেঁকী।
উত্তৰ- (ক) বৰলীয়া, পাগলাদিয়া, বঢ়াদিয়া, টিহু।
৮। নলবাৰী জিলা প্ৰধান বিল কি?
(ক) গৰাজান,পহুমাৰা, বেঁকী।
(খ) টিহু,পহুমাৰা, বেঁকী।
(গ) গৰজান, বৰবিল, দীঘেলী।
উত্তৰ- (গ) গৰজান, বৰবিল, দীঘেলী।
৯। নলবাৰী জিলা প্ৰধান ৰে’ল পথ কি?
(ক) উত্তৰ-পূব সীমান্ত ৰে’লপথ।
(খ) জাগিৰোড ৰে’লপথ।
(গ) অন্য ৰে’লপথ।
উত্তৰ- (ক) উত্তৰ-পূব সীমান্ত ৰে’লপথ।
১০। নলবাৰী জিলা প্ৰধান শস্য কি?
(ক) ধান
(খ) মাহ
(গ) ধান, সৰিয়ব, মৰাপাট, মাহ ইত্যাদি।
উত্তৰ- (গ) ধান, সৰিয়ব, মৰাপাট, মাহ ইত্যাদি।
Type by- Bikul Mandal