Chapter- 8.8
বাকসা জিলা
১। এই জিলা বড়োলেণ্ড আঞ্চলিক স্বায়ত্তশাসিত জিলা পৰিষদৰ কি অন্তৰ্গত?
(ক) বি টি এ ডি অন্তৰ্গত
(খ) বাকসা জিলা অন্তৰ্গত
(গ) বড়োলেণ্ড অন্তৰ্গত
উত্তৰ- (ক) বি টি এ ডি অন্তৰ্গত ।
২। বাকসা চাৰিসীমাত কি কি জিলা আছে?
(ক) ওদালগুৰি , বৰপেটা , নলবাৰী , কামৰূপ ।
(খ) মৰিগাঁও, নগাঁও, নলবাৰী , কামৰূপ ।
(গ) ওদালগুৰি , বৰপেটা ,নলবাৰী , কামৰূপ ।
উত্তৰ- (ক) ওদালগুৰি , বৰপেটা , নলবাৰী , কামৰূপ ।
৩। বাকসা জিলা মাটিকালি কিমান?
(ক) ১২৩৪.০৮ বৰ্গ
(খ) ১৯৬১.০৮ বৰ্গ
(গ) ৩৪২৫.০৮ বৰ্গ
উত্তৰ- (খ) ১৯৬১.০৮ বৰ্গ ।
৪। বাকসা জিলা জনসংখ্যা কিমান?
(ক) ৩,৭৬,৯৮০ জন
(খ) ৯,৮৭,৬৫৭ জন
(গ) ৯,৫৩,৭৭৩ জন
উত্তৰ- (গ) ৯,৫৩,৭৭৩ জন ।
৫। বাকসা জিলা সদৰ ঠাই কি?
(ক) বাকসা
(খ) ওদালগুৰি
(গ) মুছলপুৰ
উত্তৰ- (গ) মুছলপুৰ ।
৬। বাকসা জিলা মহকুমা কি কি?
(ক) ওদালগুৰি , বৰপেটা , নলবাৰী ।
(খ) ওদালগুৰি , বৰপেটা ,নলবাৰী ।
(গ) তামুলপুৰ , মুছলপুৰ , শালবাৰী।
উত্তৰ- (গ) তামুলপুৰ , মুছলপুৰ , শালবাৰী।
৭। বাকসা জিলা প্ৰধান উপনৈ কি কি?
(ক) বেঁকী
(খ) বৰলীয়া
(গ) পুঠিমাৰী, পাগলাদিয়া, পহুমাৰা ইত্যাদি।
উত্তৰ- (গ) পুঠিমাৰী, পাগলাদিয়া, পহুমাৰা ইত্যাদি। ।
৮। বাকসা জিলা ৰাষ্ট্ৰীয় পথ কিমান নং?
(ক) ৩২ নং
(খ) ৩৭ নং
(গ) ৩১ নং
উত্তৰ- (গ) ৩১ নং ।
৯। বাকসা জিলা প্ৰধান ঠাইবোৰ কি কি?
(ক) জালাহ
(খ) তামুলপুৰ
(গ) শালবাৰী, কুমাৰীকাটা, গোৰেশ্বৰ ইত্যাদি।
উত্তৰ- (গ) শালবাৰী, কুমাৰীকাটা, গোৰেশ্বৰ ইত্যাদি।
Type by- Bikul Mandal