Chapter- 8.7
বৰপেটা জিলা
১। বৰপেটা নামটো ক’ৰ পৰা উৎপত্তি হয়?
(ক) পিটনি পৱৰা
(খ) বৰপিট’ৰ পৰা
(গ) পেটা পৰা
উত্তৰ- (খ) বৰপিট’ৰ পৰা ।
২। বৰপেটা জিলা প্ৰধান শস্য কি কি?
(ক) ধান
(খ) মাহ
(গ) সৰিয়হ, মৰাপাট, ধান
উত্তৰ- (গ) সৰিয়হ, মৰাপাট, ধান ।
৩। বৰপেটা চাৰিসীমাত কি কি জিলা আছে ?
(ক) বাকজা, মৰিগাঁও, নগাঁও
(খ) বাকজা, নলবাৰী, কামৰূপ
(গ) বাকজা, মৰিগাঁও , নলবাৰী
উত্তৰ- (খ) বাকজা, নলবাৰী, কামৰূপ ।
৪। বৰপেটা জিলা সদৰ ঠাই কি?
(ক) নলবাৰী
(খ) কামৰূপ
(গ) বৰপেটা
উত্তৰ- (গ) বৰপেটা ।
৫। বৰপেটা জিলা মহকুমা কি?
(ক) বাকজা, নলবাৰী, কামৰূপ আদি
(খ) বাকজা, মৰিগাঁও , নলবাৰী আদি
(গ) বৰপেটা, বজালী, কলগাছিয়া আদি
উত্তৰ- (গ) বৰপেটা, বজালী, কলগাছিয়া আদি ।
৬। বৰপেটা জিলা মাটিকালি কিমান?
(ক) ২,৭৬৫,৮৯ বৰ্গ
(খ) ২,৬৪৫.১০ বৰ্গ
(গ) ১,৭৬৮,৯৮ বৰ্গ
উত্তৰ- (খ) ২,৬৪৫.১০ বৰ্গ ।
৭। বৰপেটা জিলা জনসংখ্যা কিমান?
(ক) ১৬,৯৩,১৯০ জন
(খ) ৫৬,৮৭,৯৮৭ জন
(গ) ১৩,ক৮৭,৮৭৬ জন
উত্তৰ- (ক) ১৬,৯৩,১৯০ জন ।
৮। বৰপেটা জিলা প্ৰধান উপনৈ কি কি?
(ক) কালডিয়া, কাৰেখোৱা, বেঁকী, মানাহ ইত্যাদি
(খ) মানাহ, চম্পাৱতী, মানাহ ইত্যাদি
(গ) চম্পাৱতী, কালডিয়া, কাৰেখোৱা ইত্যাদি
উত্তৰ- (ক) কালডিয়া, কাৰেখোৱা, বেঁকী, মানাহ ইত্যাদি ।
৯। বৰপেটা জিলা প্ৰধান পাহাৰ কি কি ?
(ক) গোমি
(খ) বাঘবৰ, চিলাটিং
(গ) বৰডোৱা
উত্তৰ- (খ) বাঘবৰ, চিলাটিং ।
১০। বৰপেটা জিলা প্ৰধান বিল কি কি?
(ক) কাপলা, লচঙা, বহুৱা গৰাবিল ইত্যাদি
(খ) তামৰঙা , দলনি, কনৰা ইত্যাদি
(গ) সতামৰঙা , দলনি, কাপলা ইত্যাদি
উত্তৰ- (খ) তামৰঙা , দলনি, কনৰা ইত্যাদি ।
Type by- Bikul Mandal