Chapter- 8.6
গোৱালপাৰা জিলা
১। গোৱালপাৰা নাম টো ক’ৰ পৰা উৎপত্তি হয়?
(ক) গোৱালিটিপ্পিকা পৰা
(খ) গোৱালৰ পৰা
(গ) লক্ষীপুৰ পৰা
উত্তৰ- (ক) গোৱালিটিপ্পিকা পৰা ।
২। গোৱালপাৰা চাৰিসীমাত কি কি জিলা আছে?
(ক) ধুবুৰি ,চিৰাং , কোকৰাঝাৰ
(খ) নগাঁও , পৰপেটা , ধুবুৰি
(গ) ধুবুৰি, কামৰূপ, বৰপেটা, বঙাইগাঁও
উত্তৰ- (গ) ধুবুৰি, কামৰূপ, বৰপেটা, বঙাইগাঁও ।
৩। গোৱালপাৰা সদৰ ঠাই কি?
(ক) গোৱালিটিপ্পিকা
(খ) গোৱালপাৰা
(গ) মৰিগাঁও
উত্তৰ- (খ) গোৱালপাৰা ।
৪। গোৱালপাৰা মহকুমা কি?
(ক) লক্ষীপুৰ
(খ) গোৱালপাৰা
(গ) গোৱালপাৰা আৰু লক্ষীপুৰ
উত্তৰ- (গ) গোৱালপাৰা আৰু লক্ষীপুৰ ।
৫। গোৱালপাৰা মাটিকালি কিমান?
(ক) ৫৬,৬৭ বৰ্গ
(খ) ১৮,২৬ বৰ্গ
(গ) ১৯,৮৭ বৰ্গ
উত্তৰ- (খ) ১৮,২৬ বৰ্গ ।
৬। গোৱালপাৰাত জনসংখ্যা কিমান?
(ক) ১০,০৮,৬৭৮ জন
(খ) ১০,০৫,৯৫৯ জন
(গ) ১০,০৮,৯৫৯
উত্তৰ- (গ) ১০,০৮,৯৫৯ ।
৭। গোৱালপাৰা প্ৰধান পাহাৰ কি কি?
(ক) জিনাৰি
(খ) ৰাক্ষসিনী , শ্ৰীসূৰ্য, টুত্ৰেশ্বৰী, ইত্যাদি
(গ) পাগলাৰটেক
উত্তৰ- (খ) ৰাক্ষসিনী , শ্ৰীসূৰ্য, টুত্ৰেশ্বৰী, ইত্যাদি ।
৮। গোৱালপাৰা প্ৰধান উপনৈ কি কি?
(ক) দুধনৈ , জিনাৰি, দেওশিলা ইত্যাদি
(খ) জিনাৰি
(গ) দুধনৈ
উত্তৰ- (ক) দুধনৈ , জিনাৰি, দেওশিলা ইত্যাদি ।
৯। গোৱালপাৰা জিলা কিমান নং ৰাষ্ট্ৰীয় পথ পৰে?
(ক) ৩৭ নং
(খ) ২১ নং
(গ) ৩১ নং
উত্তৰ- (ক) ৩৭ নং ।
১০। গোৱালপাৰা ৰে’ল ষ্টেছন কি কি ?
(ক) ধূপধৰা
(খ) দৰংগিৰি
(গ) ৰংজুৰি , আমজেঙা , গোৱালপাৰা
উত্তৰ- (গ) ৰংজুৰি , আমজেঙা , গোৱালপাৰা ।
Type by- Bikul Mandal