Chapter- 8.5
বঙাইগাঁও জিলা
১। বঙাইগাঁও নামটো ক’ৰ পৰা উৎপত্তি হয়?
(ক) বঙেৰ গাঁও নামৰ পৰা উপৎত্তি হয়
(খ) বং নামৰ কবিৰ পৰা উৎপত্তি হয়
(গ) পশ্চিমবংগ নামৰ পৰা উৎপত্তি হয়
উত্তৰ- (ক) বঙেৰ গাঁও নামৰ পৰা উপৎত্তি হয় ।
২। বঙাইগাঁও চাৰিসীমাত কি কি জিলা আছে?
(ক) চিৰাং , বৰপেটা, গোৱালপাৰা
(খ) মৰিগাঁও , নগাঁও ,চিৰাং
(গ) নগাঁও, বৰপেটা, গোৱালপাৰা
উত্তৰ- (ক) চিৰাং , বৰপেটা, গোৱালপাৰা ।
৩। বঙাইগাঁও জিলা মহকুমা কি কি?
(ক) গোৱালপাৰা, চিৰাং
(খ) বঙাইগাঁও, নগাঁও
(গ) বঙাইগাঁও, শালমাৰা আৰু মাণিকপুৰ
উত্তৰ- (গ) বঙাইগাঁও, শালমাৰা আৰু মাণিকপুৰ ।
৪। বঙাইগাঁও জিলা মাটিকালি কিমান?
(ক) ৫,৬৬,৮০৯
(খ) ৭,৩৮,৮০৪
(গ) ৩,৬৬,৮৯০
উত্তৰ- (খ) ৭,৩৮,৮০৪ ।
৫। বঙাইগাঁও জিলা জনসংখ্যা কিমান?
(ক) ৮,৮৮,৬৭৫
(খ) ২,৬৭,৯৮০
(গ) ৭,৩২,৬৩৯
উত্তৰ- (গ) ৭,৩২,৬৩৯ ।
৬। বঙাইগাঁও জিলা প্ৰধান উপনৈ কি কি?
(ক) মানাহ, চম্পাৱতী
(খ) মানাহ
(গ) চম্পাৱতী
উত্তৰ- (ক) মানাহ, চম্পাৱতী ।
৭। বঙাইগাঁও জিলা প্ৰধান পাহাৰ কি কি?
(ক) যোগীঘোপা , মহাদেৱ, নাককাটি
(খ) মহাদেৱ
(গ) যোগীঘোপা
উত্তৰ- (ক) যোগীঘোপা , মহাদেৱ, নাককাটি ।
৮। বঙাইগাঁও জিলা প্ৰধান বিল কি কি?
(ক) তামৰঙা
(খ) দলনি
(গ) তামৰঙা, দলনি, কনৰা
উত্তৰ- (গ) তামৰঙা, দলনি, কনৰা ।
৯। বঙাইগাঁও জিলা প্ৰধান জাহাজ ঘাট কি?
(ক) মানাহ
(খ) যোগীঘোপা
(গ) মহাদেৱ
উত্তৰ- (খ) যোগীঘোপা ।
১০। বঙাইগাঁও জিলা প্ৰধান শস্য কি কি ?
(ক) ধান
(খ) মৰাপাট
(গ) মাহ, সৰিয়হ, মৰাপাট, ধান
উত্তৰ- (গ) মাহ, সৰিয়হ, মৰাপাট, ধান ।
Type by- Bikul Mandal