Chapter- 8.4
চিৰাং জিলা
১। চিৰাংৰ চাৰিসীমাত কি কি জিলা আছে?
(ক) মৰিগাঁও , গোৱালপাৰা
(খ) নগাওঁ , বাকসা
(গ) বাকসা, বঙাইগাঁও, কোকৰাঝাৰ
উত্তৰ- (গ) বাকসা, বঙাইগাঁও, কোকৰাঝাৰ ।
২। চিৰাং জিলা মাটিকালি কিমান?
(ক) ১,৪৪৪,৬৭
(খ) ১,০৯৯,৮৫
(গ) ১,০৯৯,৫৪
উত্তৰ- (গ) ১,০৯৯,৫৪ ।
৩। চিৰাং জিলা জনসংখ্যা কিমান?
(ক) ৪,৮২,১৬২
(খ) ৭,৮৯,৫৬৭
(গ) ৮,৯৮,২১২
উত্তৰ- (ক) ৪,৮২,১৬২ ।
৪। চিৰাং জিলা সদৰ ঠাই কি?
(ক) চিৰাং
(খ) মৰিগাঁও
(গ) কাজল
উত্তৰ- (গ) কাজল ।
৫। চিৰাং জিলা মহকুমা কি?
(ক) কাজলগাঁও , বিজনী
(খ) চিৰাং
(গ) কাজল
উত্তৰ- (ক) কাজলগাঁও , বিজনী ।
৬। চিৰাং জিলা প্ৰধান নৈ কি?
(ক) আই, চম্পাৱতী, মানাহ
(খ) গৌৰাং , চম্পাৱতী
(গ) গদাধৰ , মানাহ
উত্তৰ- (ক) আই, চম্পাৱতী, মানাহ ।
৭। চিৰাং জিলাত কি কি ৰে’ল ষ্টেছন?
(ক) বিজনী, ডাংতল
(খ) ধূপধৰা , দৰংগিৰি
(গ) দুধনৈ ,ডাংতল
উত্তৰ- (ক) বিজনী, ডাংতল ।
৮। চিৰাং জিলা প্ৰধান শস্য কি কি?
(ক) ধান, মাহ , সৰিয়হ , মৰাপাট
(খ) সৰিয়হ
(গ) ধান
উত্তৰ- (ক) ধান, মাহ , সৰিয়হ , মৰাপাট ।
৯। চিৰাংৰ যাতায়াত ব্যৱস্থা কি কি?
(ক) স্থল পথৰ ব্যৱস্থা
(খ) ৰে’ল আৰু স্থল পথৰ ব্যৱস্থা
(গ) অন্য কিৱা ব্যৱস্থা
উত্তৰ- (খ) ৰে’ল আৰু স্থল পথৰ ব্যৱস্থা ।
১০। চিৰাং জিলা কিমান নং ৰাষ্ট্ৰীয় ঘাইপথ?
(ক) ৩৩ নং
(খ) ৩০ নং
(গ) ৩১ নং
উত্তৰ- (গ) ৩১ নং ।
Type by- Bikul Mandal