Chapter- 8.33
ডিমা হাচাও জিলা
১। এসময়ত ডিমাচা কছাৰীসকলে এই ঠাইত ৰাজত্ব কৰিছিল বাবে এই জিলাখনৰ নাম কি হয় ?
ক) মৰিগাওঁ জিলা
খ) নগাওঁ জিলা
গ) ডিমা হাচাও জিলা
ঘ) কাৰ্বি আংলং জিলা
উত্তৰ- গ) ডিমা হাচাও জিলা ।
২। আগেয়ে এই জিলা খনৰ নাম কি আছিল ?
ক) কাৰ্বি আংলং
খ) মৰিগাওঁ
গ) উওৰ কাছাৰ পাৰ্বত্য জিলা
ঘ) কাছাৰ
উত্তৰ- গ) উওৰ কাছাৰ পাৰ্বত্য জিলা ।
৩। এই জিলাৰ উওৰে কি জিলা আছে ?
ক) মৰিগাওঁ জিলা
খ) নলবাৰী জিলা
গ) হোজাই জিলা
ঘ) কাৰ্বি আংলং আৰু হোজাই জিলা
উত্তৰ- ঘ) কাৰ্বি আংলং আৰু হোজাই জিলা ।
৪। এই জিলাৰ পূবে কি আছে ?
ক) কাৰ্বি আংলং
খ) নাগালেণ্ড
গ) মণিপুৰ
ঘ) কাৰ্বি আংলং ,নাগালেণ্ড আৰু মণিপুৰ ৰাজ্য
উত্তৰ- ঘ) কাৰ্বি আংলং ,নাগালেণ্ড আৰু মণিপুৰ ৰাজ্য ।
৫। এই জিলাৰ দক্ষিণে কি জিলা আছে ?
ক) কাছাৰ জিলা
খ) মৰিগাওঁ জিলা
গ) নলবাৰী জিলা
ঘ) ধুবুৰী জিলা
উত্তৰ- ক) কাছাৰ জিলা ।
৬। এই জিলাৰ পশ্চিমে আছে ?
ক) মেঘালয় আছে
খ) কাৰ্বি আংলং আছে
গ) নাগালেণ্ড অছে
ঘ) মেঘালয় ৰাজ্য আৰু কাৰ্বি আংলং
উত্তৰ- ঘ) মেঘালয় ৰাজ্য আৰু কাৰ্বি আংলং ।
৭। এই জিলাৰ সদৰ ঠাই কি ?
ক) মৰিগাওঁ
খ) হাফলং
গ) মাইবং
ঘ) দিয়ুংব্ৰা
উত্তৰ- খ) হাফলং ।
৮। এই জিলাৰ মহকুমাৰ কি ?
ক) হাফলং
খ) হাফলং , মাইবং , দিয়ুংব্ৰা
গ) মাইবং
ঘ) ডিমা হাচাও
উত্তৰ- খ) হাফলং , মাইবং , দিয়ুংব্ৰা ।
৯। এই জিলাৰ মাটিকালি কিমান ?
ক) ৪,৮৮৭ বৰ্গ কিঃমিঃ
খ) ৪,৮৮৮ বৰ্গ কিঃমিঃ
গ) ৮,৯৯৯ বৰ্গ কিঃমিঃ
ঘ) ৯,৯৯৯ বৰ্গ কিঃমিঃ
উত্তৰ- খ) ৪,৮৮৮ বৰ্গ কিঃমিঃ ।
১০। এই জিলাৰ জনসংখ্যা কিমান ?
ক) ২,১৩,৫২৯ জন
খ) ২,৪৫,৪৫ জন
গ) ৪,৫৬,৭৬ জন
২,১৩,৫৯২ জন
উত্তৰ- ক) ২,১৩,৫২৯ জন ।
Type by- Bikul Mandal