Chapter- 8.31
কাৰ্বি আংলং (পূৱ) জিলা
১। আংলং মানে কি ?
ক) কাপোৰ
খ) বাসভুমি
গ) লাওপানী
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- খ) বাসভুমি ।
২। কাৰ্বিসকলৰ বাসভুমি হোৱাৰ বাবে এই জিলাখনক কি নামেৰে জনা যায় ?
ক) মৰিগাওঁ নামেৰে জনা যায়
খ) মৰাণ নামেৰে জনা যায়
গ)ডিফু নামেৰে জনা যায়
ঘ) কাৰ্বি আংলং নামেৰে জনা যায়
উত্তৰ- ঘ) কাৰ্বি আংলং নামেৰে জনা যায় ।
৩। এই জিলাৰ উওৰে কি জিলা আছে ?
ক) নগাওঁ জিলা
খ) গোলাঘাট জিলা
গ) নগাওঁ আৰু গোলাঘাট জিলা
ঘ) ডিফু
উত্তৰ- গ) নগাওঁ আৰু গোলাঘাট জিলা ।
৪। এই জিলাৰ সদৰ ঠাই কি ?
ক) বোকাজান
খ) হাওৰাঘাট
গ) ডিফু
ঘ) কাৰ্বি আংলং
উত্তৰ- গ) ডিফু ।
৫। এই জিলাৰ মহকুমা কত আছে ?
ক) ডিফু
খ) বোকাজান
গ) হাওৰাঘাট
ঘ) ডিফু, বোকাযান, হাওৰাঘাট
উত্তৰ- ঘ) ডিফু, বোকাযান, হাওৰাঘাট ।
৬। এই জিলাৰ মাটি কালি কিমান ?
ক) ৭৩৯৮ বৰ্গ কিঃমিঃ
খ) ৭৩৯৭ বৰ্গ কিঃমিঃ
গ) ৭৩৯৯ বৰ্গ কিঃমিঃ
ঘ) ৭৩৯৯ বৰ্গ কিঃমিঃ
উত্তৰ- গ) ৭৩৯৯ বৰ্গ কিঃমিঃ ।
৭। এই জিলাৰ জনসংখ্যা কিমান ?
ক) ৬,৬০,৫৫৯ বৰ্গ কিঃমিঃ
খ) ৬,৭০.৯৫৫ বৰ্গ কিঃমিঃ
গ) ৬,৬০,৯৫৫ বৰ্গ কিঃমিঃ
ঘ) ৭,৪৩,৯৯৯ বৰ্গ কিঃমিঃ
উত্তৰ- গ) ৬,৬০,৯৫৫ বৰ্গ কিঃমিঃ ।
৮। এই জিলাৰ পূবে কি আছে ?
ক) মৰিগাওঁ
খ) নাগালেণ্ড
গ) গোলাঘাট
ঘ) গোলাঘাট জিলা আৰু নাগালেণ্ড ৰাজ্য
উত্তৰ- ঘ) গোলাঘাট জিলা আৰু নাগালেণ্ড ৰাজ্য ।
৯। এই জিলাৰ দক্ষিণে কি আছে ?
ক) ডিমা হাচাও জিলা
খ) নাগালেণ্ড
গ) নলবাৰী
ঘ) ডিমা হাচাও জিলা আৰু নাগালেণ্ড ৰাজ্য
উত্তৰ- ঘ) ডিমা হাচাও জিলা আৰু নাগালেণ্ড ৰাজ্য ।
১০। এই জিলাৰ পশ্চিমে কি জিলা আছে ?
ক) নলবাৰী জিলা
খ) নগাওঁ জিলা
গ) মৰাণ জিলা
ঘ) হোজাই জিলা
উত্তৰ- ঘ) হোজাই জিলা ।
Type by- Bikul Mandal