Chapter- 8.29
কৰিমগঞ্জ জিলা
১। গঞ্জ শব্দৰ অৰ্থ কি ?
ক) বজাৰ
খ) ভাং
গ) লো
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- ক) বজাৰ ।
২। কৰিমগঞ্জ জিলাৰ উওৰে কি আছে ?
ক) মৰিগাওঁ
খ) নলবাৰী
গ) মৰাণ
ঘ) বাংলাদেশ ৰাষ্ট্ৰ আৰু কাছাৰ জিলা
উত্তৰ- ঘ) বাংলাদেশ ৰাষ্ট্ৰ আৰু কাছাৰ জিলা ।
৩। এই জিলাৰ সদৰ ঠাই কি ?
ক) নলবাৰী
খ) মৰাণ
গ) তিনিচুকীয়া
ঘ) কৰিমগঞ্জ
উত্তৰ- ঘ) কৰিমগঞ্জ ।
৪। এই জিলাৰ মহকুমাৰ কি ?
ক) ৰামকৃষ্ণ নহৰ
খ) কাছাৰ
গ) এিপুৰা
ঘ) কৰিমগঞ্জ আৰু ৰামকৃষ্ণ নহৰ
উত্তৰ- ঘ) কৰিমগঞ্জ আৰু ৰামকৃষ্ণ নহৰ ।
৫। এই জিলাৰ মাটিকালি কিমান ?
ক) ১,৮০৯ বৰ্গ কিঃমিঃ
খ) ১,৯০৮ বৰ্গ কিঃমিঃ
গ) ২,৩০৩ বৰ্গ কিঃমিঃ
ঘ) ১,৯৯৯ বৰ্গ কিঃমঃ
উত্তৰ- ক) ১,৮০৯ বৰ্গ কিঃমিঃ ।
৬। এই জিলাৰ প্ৰধান নদী কি ?
ক) বৰাক
খ) গংগা
গ) ব্ৰহ্মপুত্ৰৰ
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- ক) বৰাক ।
৭। এই জিলাৰ প্ৰধান বিল ?
ক) ৰাতাকান্দী
খ) সোণবিল
গ) ৰাতাকান্দী আৰু সোণবিল
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- গ) ৰাতাকান্দী আৰু সোণবিল ।
৮। এই জিলাৰ ৰাষ্ট্ৰিয় ঘাইপথটো কি ?
ক) ৩৭ নং
খ) ৩২ নং
গ) ৪৩ নং
ঘ) ৪৪ নং
উত্তৰ- ঘ) ৪৪ নং।
৯। এই জিলাৰ পূবে কি আছে ?
ক) হাইলাকান্দি জিলা
খ) মৰাণ
গ) নলবাৰী
ঘ) সোণখিৰা
উত্তৰ- ক) হাইলাকান্দি জিলা ।
১০। এই জিলাৰ দক্ষিণে কি জিলা আছে ?
ক) হাইলাকান্দি
খ) মিজোৰাম
গ) কাছাৰ
ঘ) এিপুৰা
উত্তৰ- খ) মিজোৰাম ।
Type by- Bikul Mandal