Chapter- 8.28
কাছাৰ জিলা
১। এসময়ত এই জিলাত কোনে ৰাজত্ব কৰিছিল ?
ক) ডিমাচা-কছাৰীসকলে
খ) আহোমসকলে
গ) মোগল সকলে
ঘ) ইংৰাজসকলে
উত্তৰ- ক) ডিমাচা-কছাৰীসকলে ।
২। এই জিলাৰ উওৰে কি জিলা আছে ?
ক) নলবাৰী
খ) মৰাণ
গ) শিলচৰ
ঘ) ডিমা হাচাও আৰু মেঘালয়
উত্তৰ- ঘ) ডিমা হাচাও আৰু মেঘালয় ।
৩। এই জিলাৰ পূৱে কি ৰাজ্য আছে ?
ক) মিজোৰাম
খ) মেঘালয়
গ) মণিপুৰ
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- গ) মণিপুৰ ।
৪। কাছাৰ জিলাৰ সদৰ ঠাই কি ?
ক) মৰিগাওঁ
খ) নগাওঁ
গ) নলবাৰী
ঘ) শিলচৰ।
উত্তৰ- ঘ) শিলচৰ।
৫। কাছাৰ জিলাৰ মহকুমাৰ কি ?
ক) শিলচৰ
খ) লক্ষীপুৰ
গ) শিলচৰ, লক্ষীপুৰ আৰু কাটীগড়া
ঘ) কাটিগড়া
উত্তৰ- গ) শিলচৰ, লক্ষীপুৰ আৰু কাটীগড়া ।
৬। এই জিলাৰ মাটিকালি কিমান ?
ক) ৩,৭৭৬.১০ বৰ্গ কিঃমিঃ
খ) ৪,৭৭৭.১০ বৰ্গ কিঃমিঃ
গ) ৫,৪৪৪.৫৫ বৰ্গ কিঃমিঃ
ঘ) ৯,৪৪৪.৬১ বৰ্গ কিঃমিঃ
উত্তৰ- ঘ) ৯,৪৪৪.৬১ বৰ্গ কিঃমিঃ ।
৭। এই জিলাৰ জনসংখ্যা কিমান ?
ক) ১৭,৩৬,৩২০ জন
খ) ১৮,৩৪,৩২১জন
গ) ১৭,৩৬,৩১৯ জন
ঘ) ১২,২৩,২৫৯ জন
উত্তৰ- গ) ১৭,৩৬,৩১৯ জন ।
৮। এই জিলাৰ বিমান ঘাটি কত আছে ?
ক) লক্ষীপুৰত
খ) কাটিগড়াত
গ) দামচৰা
ঘ) কুম্ভীৰগ্ৰাম
উত্তৰ- ঘ) কুম্ভীৰগ্ৰাম ।
৯। এই জিলাৰ দক্ষিণে কি আছে ?
ক) হাইলাকান্দি
খ) শিলচৰ
গ) কাটিগড়া
ঘ) ইাইলাকান্দি জিলা আৰু মিজোৰাম ৰাজ্য
উত্তৰ- ঘ) ইাইলাকান্দি জিলা আৰু মিজোৰাম ৰাজ্য ।
১০। এই জিলাৰ পশ্চিমে কি আছে ?
ক) কৰিমগঞ্জ
খ) ইাইলাকান্দি
গ) কৰিমগঞ্জ আৰু হাইলাকান্দি
ঘ) মৰাণ
উত্তৰ- গ) কৰিমগঞ্জ আৰু হাইলাকান্দি ।
Type by- Bikul Mandal