Chapter- 8.22
ডিব্ৰুগড় জিলা
১। ডিব্ৰুগড় জনসংখ্যা কিমান ?
ক) ১৩,২৭.৭৪৮ জন
খ) ১২,২৬,৬৩৭ জন
গ) ১১,২৫,৫৩৬ জন
ঘ) ১০,২৪.৪৩৫ জন
উত্তৰ- ক) ১৩,২৭.৭৪৮ জন ।
২। ডিব্ৰুগড় সদৰ ঠাই কি ?
ক) চৰাইদেউ
খ) মৰাণ
গ) লাকুৱা
ঘ) ডিব্ৰুগড়
উত্তৰ- ঘ) ডিব্ৰুগড় ।
৩। ডিব্ৰুগড় জিলাৰ মুঠ মাটিকালি কিমান ?
ক) ৩,৩৮৩,৭৪৮
খ) ৩,৩৮৭,৭৫৮
গ) ৫,৫৫৫.৫৫
ঘ) ৩,৩৩৩,৩৩
উত্তৰ- খ) ৩,৩৮৭,৭৫৮ ।
৪। ডিব্ৰুগড় জিলাৰ প্ৰধান শস্য কি ?
ক) চাহ
খ) ধান
গ) সৰিয়হ
ঘ) চাহ , ধান , মাহ , ,সৰিয়হ
উত্তৰ- ঘ) চাহ , ধান , মাহ , ,সৰিয়হ ।
৫। ডিব্ৰুগড় প্ৰধান উপনৈ কি ?
ক) ডিব্ৰু
খ) বুঢ়ীদিহিং
গ) চেঁচা
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- ঘ) ওপৰৰ এটাও নহয় ।
৬। ডিব্ৰুগড় জিলাৰ প্ৰধান বিল ?
ক) মেৰ
খ) দীঘলী
গ) লাই
ঘ) মেৰ , দীঘলী , লাই , বগীবিল
উত্তৰ- ঘ) মেৰ , দীঘলী , লাই , বগীবিল ।
৭। ডিব্ৰুগড় জিলাৰ উওৰে কি জিলা অছে ?
ক) তিনিচুকীয়া
খ) শিৱসাগৰ
গ) ধেমাজি
ঘ) মৰিগাওঁ
উত্তৰ- গ) ধেমাজি ।
৮। ডিব্ৰুগড় জিলাৰ পূবে কি জিলা আছে ?
ক) তিনিচুকিয়া
খ) ধেমাজি
গ) মৰিগাওঁ
ঘ) শিৱসাগৰ
উত্তৰ- ক) তিনিচুকিয়া ।
৯। ডিব্ৰুগড় জিলাৰ সদৰ ঠাই কি ?
ক) মৰিগাওঁ
খ) বৰঙাবাৰী
গ) তিনিচুকীয়া
ঘ) ডিব্ৰুগড়
উত্তৰ- ঘ) ডিব্ৰুগড় ।
১০। ডিব্ৰুগড় জিলাৰ পশ্চিমে কি জিলা আছে ?
ক) নগাওঁ
খ) তিনিচুকীয়া
গ) ধেমাজি
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- গ) ধেমাজি ।
Type by- Bikul Mandal