Chapter- 8.20
শিৱসাগৰ জিলা
১। শিৱসাগৰ পুখুৰীতো কাৰ নাম খন্দোৱা হৈছিল?
(ক) শিৱসিংহ
(খ) চুকাফা
(গ) চুডাংফা
(ঘ) যোগেশ্বৰ সিংহ
উত্তৰ- (ক) শিৱসিংহ ।
২। শিৱসাগৰ পুখুৰীৰ পাৰত গঢ়ি উঠা চহৰ খনৰ নাম কি ?
(ক)মৰিগাওঁ
(খ) নগাওঁ
(গ)শিৱসাগৰ
(ঘ) নলবাৰী
উত্তৰ- (ক)মৰিগাওঁ ।
৩। শিৱসাগৰ জিলাৰ পূবে কি আছে?
(ক) মাজুলি
(খ) ডিব্ৰুগড়
(গ) চৰাইদেউ
(ঘ) যোৰহাট
উত্তৰ- (খ) ডিব্ৰুগড় ।
৪। শিৱসাগৰ জিলাৰ সদৰ ঠাই কি ?
(ক) নাজিৰা
(খ) ডিব্ৰুগড়
(গ) চৰাইদেউ
(ঘ) মাজুলি
উত্তৰ- (খ) ডিব্ৰুগড় ।
৫। শিৱসাগৰ জিলাৰ মহকুমাৰ কি ?
(ক) শিৱসাগৰ
(খ) নাজিৰা
(গ) যোৰহাট
(গ) শিৱসাগৰ আৰু নাজিৰা
উত্তৰ- (গ) শিৱসাগৰ আৰু নাজিৰা ।
৬। শিৱসাগৰ জিলাৰ মাটি কালি কিমান ?
ক ১৭২৯ বৰ্গ কিঃমিঃ
খ) ১৮১৮ বৰ্গ কিঃমিঃ
গ) ১৮২৭ বৰ্গ কিঃমিঃ
ঘ) ১৯৯১ বৰ্গ কিঃমিঃ
উত্তৰ- ক ১৭২৯ বৰ্গ কিঃমিঃ ।
৭। শিৱসাগৰ জিলাৰ মুঠ জনসংখ্যা ?
ক) ১১,৫০,২৫৩ জন ।
খ) ১২,৫১,৩৫৪ জন ।
গ)১৩,৫২,৪৫৫ জন ।
ঘ) ১৪,৫৩,৫৫৬ জন ।
উত্তৰ- ক) ১১,৫০,২৫৩ জন ।
৮। শিৱসাগৰ জিলাৰ প্ৰধান নদী কি ?
ক) ব্ৰহ্মপুত্ৰ
খ) গংগা
গ) বৰাক
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- ক) ব্ৰহ্মপুত্ৰ ।
৯। শিৱসাগৰ জিলাৰ ৰাষ্ট্ৰীয় পথটো কি ?
ক) ২৫ নং
খ) ৩৫ নং
গ)৩৭ নং
ঘ) ১৫ নং
উত্তৰ- গ)৩৭ নং ।
১০। শিৱসাগৰ জিলাৰ প্ৰাকৃতিক সম্পদ কি ?
ক) খাৰুৱা তেল
খ) কয়লা
গ) প্ৰাকৃতিক গেছ
ঘ) খাৰুৱা তেল আৰু কয়লা
উত্তৰ- ঘ) খাৰুৱা তেল আৰু কয়লা ।
Type by- Bikul Mandal