Chapter- 8.15
নগাঁও জিলা
১। নগাঁও নামটো ক’ৰ পৰা উৎপত্তি হয় ?
(ক) স্বৰ্গদেউ প্ৰতাপ সিংহৰ নামৰ পৰা উৎপত্তি হয়।
(খ) গাঁও বিলাক নতুন কৈ পাতিছিল কাৰণে উৎপত্তি হয়।
(গ) গাঁও শব্দৰ পৰা উৎপত্তি হয়।
উত্তৰ- (খ) গাঁও বিলাক নতুন কৈ পাতিছিল কাৰণে উৎপত্তি হয়।
২। নগাঁও চাৰিসীমাত কি কি জিলা আছে?
(ক) শোণিতপুৰ , গোৱালপাৰা, চিৰাং জিলা।
(খ) মৰিগাঁও, নগাঁও, দৰং জিলা।
(গ) শোণিতপুৰ, আংলং, হোজাই , মৰিগাঁও জিলা ।
উত্তৰ- (গ) শোণিতপুৰ, আংলং, হোজাই , মৰিগাঁও জিলা ।
৩। নগাঁও জিলা সদৰ ঠাই কি?
(ক) মৰিগাঁও।
(খ) নগাঁও।
(গ) গোৱালপাৰা।
উত্তৰ- (খ) নগাঁও।
৪। নগাঁও জিলা মহকুমা কি?
(ক) নগাঁও আৰু মৰিগাঁও।
(খ) নগাঁও আৰু কলিয়াবৰ।
(গ) নগাঁও আৰু গোৱালপাৰা।
উত্তৰ- (খ) নগাঁও আৰু কলিয়াবৰ।
৫। নগাঁও জিলা জনসংখ্যা কিমান?
(ক) ১৮,৯২,৫৫০ জন
(খ) ১২,৮৯, ৭৭৮ জন
(গ) ১৩,৯৮,৮৯০ জন
উত্তৰ- (ক) ১৮,৯২,৫৫০ জন ।
৬। নগাঁও জিলা মাটিকালি কিমান ?
(ক) ২২৬৭ বৰ্গ কিঃমিঃ
(খ) ২২৮৭ বৰ্গ কিঃমিঃ
(গ) ৫৫৬৭ বৰ্গ কিঃ মিঃ
উত্তৰ- (খ) ২২৮৭ বৰ্গ কিঃমিঃ ।
৭। নগাঁও জিলা প্ৰধান উপনৈ কি কি ?
(ক) কপিলী, ননৈ, কলং, সোণাই ইত্যাদি ।
(খ) ধনশিৰি, বৰনৈ , দিপীলা ইত্যাদি ।
(গ) মৰা ধনশিৰি, পাচনৈ , ইত্যাদি ।
উত্তৰ- (খ) ধনশিৰি, বৰনৈ , দিপীলা ইত্যাদি ।
৮। নগাঁও জিলা প্ৰধান নদী কি?
(ক) কলং ।
(খ) ব্ৰহ্মপুত্ৰ।
(গ) কপিলি।
উত্তৰ- (খ) ব্ৰহ্মপুত্ৰ।
৯। নগাঁও জিলা কিমান নং ৰাষ্ট্ৰীয় পথ ?
(ক) ৩২ আৰু ৩১ নং
(খ) ৩৬ আৰু ৩৭ নং
(গ) ৩৩ নং ৩১ নং
উত্তৰ- (খ) ৩৬ আৰু ৩৭ নং ।
১০। নগাঁও জিলা প্ৰধান শস্য কি কি ?
(ক) ধান ।
(খ) মাহ।
(গ) ধান , মাহ, সৰিয়হ ।
উত্তৰ- (গ) ধান , মাহ, সৰিয়হ ।
Type by- Bikul Mandal