Chapter- 8.13
ওদালগুৰি জিলা
১। ওদালগুৰি চাৰিসীমাত কি কি জিলা আছে?
(ক) মৰিগাঁও, নগাঁও, গোৱালপাৰা
(খ) শোণিতপুৰ, দৰং, বাকসা
(গ) মৰিগাঁও, নগাঁও, ওদালগুৰি
উত্তৰ- (খ) শোণিতপুৰ, দৰং, বাকসা ।
২। ওদালগুৰি সদৰ ঠাই কি?
(ক) মৰিগাঁও
(খ) শোণিতপুৰ
(গ) ওদালগুৰি
উত্তৰ- (গ) ওদালগুৰি ।
৩। ওদালগুৰি জিলা মহকুমা কি?
(ক) ভেৰগাঁও
(খ) ওদালগুৰি আৰু ভেৰগাঁও
(গ) ওদালগুৰি
উত্তৰ- (খ) ওদালগুৰি আৰু ভেৰগাঁও ।
৪। ওদালগুৰি জিলা মাটিকালি কিমাণ?
(ক) ১,৮৯৭.৯৫ বৰ্গ কিঃমিঃ
(খ) ২,৮৭৯.৭৮ বৰ্গ কিঃমিঃ
(গ) ১,৬৭৩.৯৩ বৰ্গ কিঃমিঃ
উত্তৰ- (গ) ১,৬৭৩.৯৩ বৰ্গ কিঃমিঃ ।
৫। ওদালগুৰি জিলা জনসংখ্যা কিমাণ ?
(ক) ৬,৮৭,৮৯০ জন
(খ) ৮,৩২,৭৬৯ জন
(গ) ৭,৯৮,৯৮০ জন
উত্তৰ- (খ) ৮,৩২,৭৬৯ জন ।
৬। ওদালগুৰি জিলা প্ৰধান উপনৈ কি কি ?
(ক) ধনশিৰি, নোৱানৈ, বৰনৈ ইত্যাদি।
(খ) ডিগাৰু, ভৰলু, মৰা ইত্যাদি।
(গ) বৰনদী, বৰলীয়া, বকো ইত্যাদি।
উত্তৰ- (ক) ধনশিৰি, নোৱানৈ, বৰনৈ ইত্যাদি।
৭। ওদালগুৰি প্ৰধান বিল কি ?
(ক) দীপৰ
(খ) চলচলা
(গ) কুন্দৰ বিল
উত্তৰ- (গ) কুন্দৰ বিল ।
৮। ওদাৰগুৰি জিলা সংৰক্ষিত বনাঞ্চলৰ কি?
(ক) কিংবদন্তী
(খ) খাটিং
(গ) ওদালগুৰি
উত্তৰ- (খ) খাটিং ।
৯। ওদালগুৰি জিলা কিমাণ নং ৰাষ্ট্ৰীয় ঘাইপথ ?
(ক) ৩৩ নং
(খ) ৩২ নং
(গ) ৫২ নং
উত্তৰ- (গ) ৫২ নং ।
১০। ওদালগুৰি জিলা প্ৰধান ৰে’ল ষ্টেছনসমূহ কি কি ?0
(ক) খৈৰাবাৰি।
(খ) টংলা, হৰিশিঙা, ওদালগুৰি ইত্যাদি।
(গ) ৰৌতা।
উত্তৰ- (খ) টংলা, হৰিশিঙা, ওদালগুৰি ইত্যাদি।
Type by- Bikul Mandal