Chapter- 8.11
কামৰূপ ( মহানগৰ) জিলা
১। কিমান চনত অসম চৰকাৰে কামৰূপ জিলাক ‘কামৰূপ মহানগৰ’ আৰু ‘কামৰূপ গ্ৰাম্য’ এই দুই নামাৰে দুখন জিলাক ভাগ কৰে?
(ক) ২০০৬
(খ) ২০০৩
(গ) ২০৯০
উত্তৰ- (খ) ২০০৩ ।
২। কামৰূপ মহানগৰৰ চাৰিসীমাত কি কি জিলা আছে?
(ক) নগাঁও, গুৱাহাতী, গোৱালপাৰা
(খ) চিৰাং, গোৱালপাৰা, মৰিগাঁও
(গ) মৰিগাঁও, দৰং
উত্তৰ- (গ) মৰিগাঁও, দৰং ।
৩। কামৰূপ জিলা সদৰ ঠাই কি?
(ক) নগাঁও
(খ) গুৱাহাতী
(গ) মৰিগাঁও
উত্তৰ- (খ) গুৱাহাতী ।
৪। কামৰূপ মহানগৰৰ মাটিকালি কিমান?
(ক) ১,২৩৪.১৩ বৰ্গ
(খ) ১,৬৭১.১৩ বৰ্গ
(গ) ১,১৫০.১৩ বৰ্গ
উত্তৰ- (গ) ১,১৫০.১৩ বৰ্গ ।
৫। কামৰূপ মহানগৰৰ জনসংখ্যা কিমান?
(ক) ১২,৬০,৪১৯ জন
(খ) ১২,৬৭,৮৭৯ জন
(গ) ১২,৩৪,৯৮৭ জন
উত্তৰ- (ক) ১২,৬০,৪১৯ জন ।
৬। কামৰূপ মহানগৰৰ প্ৰধান উপনৈ কি কি?
(ক) বৰনদী, বকো, শিংৰা আদি
(খ) পুঠিমাৰী, বৰলীয়া, কুলসী আদি
(গ) ডিগাৰু, ভৰলু, বশিষ্ঠ আদি
উত্তৰ- (গ) ডিগাৰু, ভৰলু, বশিষ্ঠ আদি ।
৭। কামৰূপ মহানগৰ জিলা প্ৰধান পাহাৰ কি কি?
(ক) বাঘবৰ, চিলাটিং, পাগলাৰটেক আদি
(খ) ৰাক্ষসিনী, শ্ৰীসূৰ্য, পঞ্চৰত্ন আদি
(গ) নীলাচল, সন্ধ্যাচল, শৰণীয়া, আদি
উত্তৰ- (গ) নীলাচল, সন্ধ্যাচল, শৰণীয়া, আদি ।
৮। কামৰূপ মহানগৰ জিলা প্ৰধান বিল কি কি?
(ক) দীপৰ, কুকুৰমাৰা, উৰপদ
(খ) খামৰাং, দীপৰ, কুকুৰমাৰা
(গ) কুকুৰামাৰা, উৰপদ, নলগা
উত্তৰ- (খ) খামৰাং, দীপৰ, কুকুৰমাৰা ।
৯। কামৰূপ মহানগৰ মাজাৰে কিমান নং ৰাষ্ট্ৰীয় ঘাইপথ গৈছে?
(ক) ২০ নং আৰু ৩১ নং
(খ) ৩১ নং আৰু ৩২ নং
(গ) ৩১ নং আৰু ৩৭ নং
উত্তৰ- (গ) ৩১ নং আৰু ৩৭ নং ।
১০। কামৰূপ মহানগৰৰ ৰে’ল ষ্টেছনসমূহৰ নাম কি?
(ক) ৰঙিয়া, ছয়গাঁও, মিৰ্জা আদি
(খ) গোৰেশ্বৰ, কমলপুৰ, বাইহাটা আদি
(গ) ৱকামাখ্যা, গুৱাহাটী, নাৰেংগী আদি
উত্তৰ- (গ) ৱকামাখ্যা, গুৱাহাটী, নাৰেংগী আদি ।
Type by- Bikul Mandal