Chapter- 7
আমাৰ ৰাজ্য অসম
১। অতি পুৰণি কালত আমাৰ অসমৰ নাম কি আছিল?
(ক) ভাৰত
(খ) প্ৰাগজ্যোতিষপুৰ
(গ) অসম
উত্তৰ- (খ) প্ৰাগজ্যোতিষপুৰ ।
২। মহাৰাজ নৰকাসুৰৰ দিনত অসমৰ নাম কি ৰখা হয়?
(ক) প্ৰাগজ্যোতিষপুৰ
(খ) কামৰূপ
(গ) ভাৰত
উত্তৰ- (খ) কামৰূপ ।
৩। কামদেৱৰ পত্নী নাম কি আছিল?
(ক) ৰতি দেৱী
(খ) মতি দেৱী
(গ) ৰিমা দেৱী
উত্তৰ- (ক) ৰতি দেৱী ।
৪। আহোমসকলে আমাৰ ৰাজ্যখন কিমান খ্ৰীষ্টাব্দৰ পৰা ৰাজত্ব কৰিছিল?
(ক) ১২৩৩ পৰা ১৫৬৭ খ্ৰীষ্টাব্দৰলৈ
(খ) ১৪৫৫ পৰা ১৮২৬ খ্ৰীষ্টাব্দৰলৈ
(গ) ১২২৮ পৰা ১৮২৬ খ্ৰীষ্টাব্দৰলৈ
উত্তৰ- (গ) ১২২৮ পৰা ১৮২৬ খ্ৰীষ্টাব্দৰলৈ ।
৫। অসম ভাৰতবৰ্ষৰ ক’ত অৱস্থিত?
(ক) উত্তৰ – পূব কোণত
(খ) দশিন
(গ) পশ্চিম
উত্তৰ- (ক) উত্তৰ – পূব কোণত ।
৬। ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ জনসংখ্যা কিমান?
(ক) ৩,১১,৬৯,২৭৫জন
(খ) ৩,৫৬,৭৮,২৭২ জন
(গ) ৩,১১,৬৯,২৭২ জন
উত্তৰ- (গ) ৩,১১,৬৯,২৭২ জন ।
৭। বৰ্তমান অসমত কিমান ন জিলা আছে?
(ক) ৩০ খন
(খ) ৩৫ খন
(গ) ৩৩ খন
উত্তৰ- (গ) ৩৩ খন ।
৮। অসমৰ আটাইতকৈ জনবহুল জিলা কোনখন?
(ক) মৰিগাঁও
(খ) তেজপুৰ
(গ) নগাওঁ
উত্তৰ- (গ) নগাওঁ ।
৯। অসম ৰাজ্যখন কি পৰ্বত-পাহাৰেৰে ভৰা ?
(ক) চৰাইদেউ পাহাৰ, কাৰ্বি পাহাৰ, নালাচল পাহাৰ, শ্ৰীসূৰ্য পাহাৰ ইত্যাদি
(খ) ভৈৰৱ চুড়া পাহাৰেৰে
(গ) বৰাইল পাহাৰেৰ
উত্তৰ- (ক) চৰাইদেউ পাহাৰ, কাৰ্বি পাহাৰ, নালাচল পাহাৰ, শ্ৰীসূৰ্য পাহাৰ ইত্যাদি ।
১০। অসমত প্ৰাকৃতিকভাৱে জিলাসমূহ ব্ৰহ্মপুত্ৰ উপত্যকাত কিমান খন?
(ক) ৩০ খন
(খ) ২৭ খন
(গ) ২৮ খন
উত্তৰ- (খ) ২৭ খন ।
Type by- Bikul Mandal