Chapter- 12
জানিবলগীয়া কথা
১। মহানগৰ বোৰত কি বেছি ?
ক) জনসংখ্যা বেছি
খ) জাৱৰ বেছি
গ) প্ৰাকূতিক দুযোগ বেছি
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- ক) জনসংখ্যা বেছি ।
২। হৈ – চৈ নকৰাকৈশাৰী পাতি টিকট কটা বা গাড়ীত উঠা ভদ্ৰ মানুহৰ কাম ?
ক) অভদ্ৰ মানুহৰ কাম
খ) খঙাল মানুহৰ কাম
গ) ভদ্ৰ মানুহৰ কাম
ঘ) লাজুকিয়া মানুহৰ কাম
উত্তৰ- গ) ভদ্ৰ মানুহৰ কাম ।
৩। জাৱৰ – জোঁথৰ ,কাগজৰ টুকুৰা , গছৰ পাত, পাচলিৰ বাকলি , গোবৰ আদি এইবোৰ গাত খান্দি পুতি থলে কি সাৰৰ উৎপন্ন হয় ?
ক) জৈবিক সাৰ
খ) পচন সাৰ
গ) ৰাসায়নিক সাৰ
ঘ) অপতূণ নাশক
উত্তৰ- খ) পচন সাৰ ।
৪। ভু – পৃষ্ঠৰ ভিন্ ভিন্ ঠাইৰ উচ্চতা , চাপ তাপ আদিৰ প্ৰভাৱৰ বাবে বায়ু চলাচল কৰে ইয়াক কি বুলি কোৱা হয় ?
ক) ধুমুহা বুলি কোৱা হয়
খ) ঘূৰণী বতাহ বুলি কোৱা হয়
গ) বতাহ বুলি কোৱা হয়
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- গ) বতাহ বুলি কোৱা হয় ।
৫। বৰ জোৰেৰে বলা বতাহক কি বুলি কোৱা হয় ?
ক) বৰদৈচিলা বুলি কোৱা হয়
খ) ধুমুহা বুলি কোৱা হয়
গ) ঘুৰণি বতাহ বুলি কোৱা
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- খ) ধুমুহা বুলি কোৱা হয় ।
৬। অসমত চ’ত , ব’হাগ মাহত বলা এনে ধুমুহা বতাহক কি বুলি কোৱা হয় ?
ক) বৰদৈচিলা বুলা হয়
খ) ঘুৰণি বতাহ বুলি কোৱা হয়
গ) বতাহ হুলা হয়
ওপৰৰ এটাও নহয়
উত্তৰ- ক) বৰদৈচিলা বুলা হয় ।
৭। নদ – নদীৰ পানীয়ে পাৰ বাগৰি বা মথাউৰি ভাঙি দুয়োপাৰৰ বিশাল অঞ্চল বোৰাই পেলোৱা পানীক কি বুলি কোৱা হয় ?
ক) বানপানী
খ) মাথাউৰি পানী
গ) ডেইনৰ পানী
ঘ) ওপৰৰ ওটাও নহয়
উত্তৰ- ক) বানপানী ।
৮। বানৰ পিছত কি হব পাৰে ?
ক) বোমাৰ – আজাৰ হব পাৰে
খ) সুখ হব পাৰে
গ) দুখ হব পাৰে
ঘ) ওপৰৰ এটাও হয়
উত্তৰ- ক) বোমাৰ – আজাৰ হব পাৰে ।
৯। ভুমিকম্প কঁপনি কিহৰ সহায়ত জুখিব পাৰি ?
ক) থাৰ্মমিটাৰ
খ) এনিমোমিটাৰ
গ) ভুকম্পলেখ
ঘ) ওপৰৰ এটাও নহয়
উত্তৰ- গ) ভুকম্পলেখ ।
১০। কি স্কেলৰ সহায়ত ভুমিকম্পৰ কম্পন প্ৰকাশ কৰা হয় ?
ক) থাৰ্মমিটাৰ
খ) এনিমোমিটাৰ
গ) ভুকম্পলেখ
ঘ) ৰিখ্টাৰ স্কেল
উত্তৰ- ঘ) ৰিখ্টাৰ স্কেল ।
Type by- Bikul Mandal